Browsing Category

ট্ৰেণ্ডিং

কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ :  তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ…

পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কংগ্ৰেছৰঃতেজপুৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬মাৰ্চঃ ৰাজ্যচৰকাৰে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে৷ ইয়াৰ বিৰুদ্ধে অহা ২০মাৰ্চত জিলা কংগ্ৰেছে প্ৰতিবাদ জনাই স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি…

তেজপুৰত চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন উপায়ুক্তৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ মাৰ্চঃ আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত তেজপুৰ ৰাজহ চক্ৰৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।অনুষ্ঠানত ভাষণ…

তেজপুৰ বিশ্ববিদ্যালয়ত দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোঁৱৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত অজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোৱঁৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা ৷আজি…

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত দুই শিক্ষকক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৬ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত আৰক্ষী আৰু চি আই ডিয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি লখিমপুৰ আৰু মাজুলী আৰক্ষীয়ে দুজনকৈ শিক্ষাগুৰুক গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন…

‘চিষ্টাৰ অৱ তেজপুৰ’ শীৰ্ষক বিশেষ প্ৰদৰ্শনীত দহ সহস্ৰাধিক ফটো আৰু পাণ্ডুলিপি প্ৰৰ্দশন

তেজপুৰ মহিলা সমিতিৰ অন্যতম হোতা নীনা দত্তক তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ সম্বৰ্ধনা

অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃনিহত দুই পাইলত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ মাৰ্চ : অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাত পতিত হৈছে দেশৰ সেনাৰ এখন চিতা হেলিকপ্টাৰ৷ প্ৰতিৰক্ষা বিভাগে নিশ্চিত কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ দুইজন পাইলত লেফটেনেণ্ট কৰ্ণেল ভিভি ৰেড্ডীৰ লগতে সহযোগী…

তিনিচুকীয়াত ১৮ বিঘা চৰকাৰী মাটিত উচ্ছেদ : সংস্থাপিত হ’ব ৯০ ভূমিহীন পৰিয়াল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অভিমুখী পথৰ পদুমনি ৰিজ'ৰ্টৰ সমীপত চৰকাৰী ভূমি বেদখল কৰি ইটাভাতা চলাই থকা প্ৰায় ১৮ বিঘা চৰকাৰী ভূমি আজি জিলা প্ৰশাসনে মুকলি কৰে । জানিব পৰা মতে জনৈক দাস উপাধিৰ এজন…

বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলাৰ সহযোগত স্কুল গণিতৰ ওপৰত এখন এদিনীয়া কৰ্মশালা কালি তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ বিভিন্ন…