Browsing Category
ট্ৰেণ্ডিং
মেট্ৰিকৰ প্ৰশ্নাকাকত ফাদিলঃ গ্ৰেপ্তাৰ তেজপুৰৰ যুৱক
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত তেজপুৰৰ পুংপানী গাঁও নিবাসী আব্দুল চোভানৰ পুত্ৰ চাৰিফুল ইছলামক কৰায়ত্ত কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে…
ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২লৈ বৃদ্ধি
শতাব্দ প্ৰতিনিথি, গুৱাহাটী, ১৫ মাৰ্চঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্যৰ চৰকাৰে ৰাজ্যত চিকিৎসা শিক্ষা ক্ষেত্ৰখনৰ দ্ৰুত সম্প্ৰসাৰণেৰে ৰাইজৰ বাবে আধুনিক চিকিৎসা সেৱা অধিক সুলভ কৰিবলৈ অব্যাহত ৰখা প্ৰয়াসে আজি…
চাৰিদুৱাৰত পুত্ৰৰ আক্ৰমণত নিহত পিতৃ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫মাৰ্চঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত এক দূৰ্গম অঞ্চল থাইগিৰিবাৰীত যোৱানিশা পিতা পুত্ৰৰ মাজত সূত্ৰপাত ঘটা বিবাদৰ পৰিণতিত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে পিতৃক৷ এই ঘটনাত ঘাটক পুত্ৰও আহত…
তেজপুৰত ৩২টা চোৰাং গৰু জব্দ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫মাৰ্চঃ তেজপুৰৰ শালনীবাৰী আৰক্ষী চকী অন্তৰ্গত অঞ্চলত চোৰাংভাবে কঢ়িয়াই অনা ৩২টা গৰু ট্ৰাকসহ জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ১১-৩০ বজাত বালিপৰাৰ দিশৰ পৰা…
তেজপুৰত একাধিক সংগঠনৰ প্ৰতিবাদঃ শিক্ষামন্ত্ৰী,অধ্যক্ষৰ পুত্তলিকাক ফাঁচিঃ দাহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আজিও তেজপুৰত একাধিক ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে৷ আজি চহৰখনৰ মাজমজিয়াত আছুৱে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত…
৯ মাৰ্চৰ পৰা সন্ধানহীন তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী :দৰিদ্ৰ লোকৰ এজাহাৰক গুৰুত্ব নিদিয়ে নেকি তেজপুৰ আৰক্ষীয়ে? আৰক্ষী চকীত দিয়া এখন এজাহাৰৰ ভিত্তিত পাঁচদিনৰ পিছতহে এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে নেকি? সততে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হোৱা…
লখিমপুৰত দুবৃৰ্ত্তই চাহ গছ কটাৰ ঘটনাঃ বগীনদীত আৰক্ষীয়ে নহয় ৰাইজে খেদি খেদি ধৰিলে মূল অভিযুক্তক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰিৰ হেঁচামৰাত যোৱা ৯ মাৰ্চত চাহ গছ কটা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত এজনক আজি ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে৷ বগীনদী বজাৰত বিদ্যাসিং চুংক্ৰাং নামৰ…
প্ৰশ্নকাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত ৬ পৰীক্ষাৰ্থীক আটকঃ আছুৰ প্ৰতিবাদ অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চ ঃ মেট্ৰিকৰ পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ আঁৰত কোন জড়িত তাক লৈ অসম আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰখাৰ সময়তে চি আই ডিৰ নিৰ্দেশত আজি লখিমপুৰ আৰক্ষীয়ে ৬জন পৰীক্ষাৰ্থীক আটক কৰিছে৷ জিলাখনৰ…
প্ৰাক্তন ছাত্ৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ পাঠ্যপুথি দান
উত্তৰ লখিমপুৰঃ ১৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ২০০৩ বৰ্ষৰ এগৰাকী প্ৰাক্তন ছাত্ৰ সুদীপ্ত বৰুৱাই আজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পুথিভঁৰালৰ বাবে কেইবাখনো পাঠ্যপুথি দান কৰে। বৰ্তমান শ্বেয়াৰ বিষেশজ্ঞ সুদীপ্ত বৰুৱাই দান কৰা গ্ৰন্থসমূহ…
