Browsing Category

ট্ৰেণ্ডিং

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলঃ মুঠ ২২ জনক আটক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ…

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়াত আৰক্ষীৰ অভিযান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি…

তেজপুৰ মহিলা সমিতিৰ উদ্যোগত ইতিহাস সম্বলিত এক প্ৰদৰ্শনীৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চঃ তেজপুৰ মহিলা সমিতিৰ চৌহদত সমিতিৰ উদ্যোগত নৰ্থ-ইষ্ট লাইটবক্স, ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ উইমেন’ছ ষ্টাডিজ, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত তেজপুৰ মহিলা সমিতিৰ ইতিহাস প্ৰতিফলিত হোৱাকৈ তেজপুৰৰ মহিলা…

গীত-কবিতাৰে উমাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ দ-পৰ্ব্বতীয়া শিলৰ তোৰণ উদ্যান প্ৰাংগণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ মাৰ্চ : সাংস্কৃতিক চহৰ তেজপুৰৰ প্ৰাচীন ঐতিহ্য ভূমি দ-পৰ্ব্বতীয়া শিলৰ তোৰণৰ উদ্যান প্ৰাংগণ আজি গীত-কবিতা-চিত্ৰৰে উমাল হৈ পৰিল । এখনি চুটি ছবিৰ পূৰ্ণ পৰিকল্পনাৰ শুভ মুহূৰ্তক আগত ৰাখি তেজপুৰৰ অন্যতম অগ্ৰণী…

দলং নিৰ্মাণৰ দাবীত নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১ মাৰ্চঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজাবাৰী চকৰ পৰা নাহৰবাৰী হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত তথা নাহৰবাৰীত দলং…

তেজপুৰত হেৰ’ইন সহ দুজনক কৰায়ত্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰ ১১ মাৰ্চঃ অতি উদ্বেগজনক ভাবে তেজপুৰলৈ ড্ৰাগছৰ দৰে বিষাক্ত দ্ৰব্যৰ সৰবৰাহ বৃদ্ধি পাইছে৷ আৰক্ষীৰ অভিযানত সঘনাই এনে সৰবৰাহকাৰী কৰায়ত্ত হোৱা সত্বেও ড্ৰাগছৰ এই সৰবৰাহ বন্ধ হোৱা নাই৷ আজি পুনৰ তেজপুৰৰ বৰঘাট আৰক্ষীয়ে…

গিনিজ ৰেকৰ্ডৰ বাবে লখিমপুৰ জিলাত বিহুৰ তৎপৰতা 

উত্তৰ লখিমপুৰ ১০মাৰ্চঃ অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱতী-বিহুৱাৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে বিশালভাৱে আয়োজন কৰা বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰো কেইবাশ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। জাতীয় সংস্কৃতি…

লখিমপুৰত ধৃত চুলাই বেপাৰীয়ে পুনৰ বেহা চলোৱাত আবকাৰীৰ পৰা অনুমতিহে লাভ কৰে নেকি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে৷ আবকাৰী বিভাগৰ আৰ্শীবাদতে অবৈধ চুলাই বেপাৰীয়ে এনেদৰে বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ সদৰ চক্ৰৰ…

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰত চাইকেল সজাগতা ৰেলিঃ কৰ্মশালা অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৯ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসন,মহিলা আৰু শিশু কল্যাণ বিভাগ, লখিমপুৰৰ উদ্যোগত আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত "বেটি বচাও, বেটি পঢ়াও" আচঁনিখনৰ সম্পর্কত…

তেজপুৰত ঘাতক অচিন্ত্য দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ অধিক অস্ত্ৰ-শস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯মাৰ্চঃ তেজপুৰত কালি কনিষ্ঠ ভ্ৰাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আজি ঘাতক ভ্ৰাতৃ অচিন্ত্য দাসে কয় যে সেই সময়ত তেওঁ সুৰাপান কৰি আছিল৷ আনহাতে পূৰ্বৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ থকা…