Browsing Category

ট্ৰেণ্ডিং

তিনিচুকীয়াত মেট্ৰিক পৰীক্ষাৰ্থী আত্মহনন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ মাৰ্চ : আজি পুৱাই এক হৃদয়বিদাৰক ঘটনাই জোকাৰি যায় তিনিচুকীয়াৰ লেজাইহোলা গাঁও ৷ গাঁওখনৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে ঘৰতে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ গাওঁখনত শোকৰ ছাঁ পেলায় ৷ উল্লেখ্য যে আজি পুৱাহে পৰিয়ালৰ…

আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ শেহতীয়া নিৰ্বাচনী ফলাফলে যথেষ্ট প্ৰভাৱ পেলাবঃ মুখ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৯মাৰ্চঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীত অংশলৈ কালি নিশা প্ৰায় ১১বজাত তেজপুৰ আৱৰ্ত ভৱনত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানসহ উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ৷যোৱা নিশা তেওঁলোক ইয়াতে…

লখিমপুৰত দুবৃৰ্ত্তই কাটিলে সাত বিঘা মাটিৰ চাহ গছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বধাকৰাৰ হেচামৰাত আজি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ৭ বিঘা ভূমিৰ চাহ গছ দুবৃৰ্ত্তই কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে…

জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত…

ফাকু খেলি সোৱণশিৰিত গা ধুবলৈ যোৱা যুৱক সন্ধানহীন

শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৮ মাৰ্চঃ লখিমপুৰৰ সোৱণশিৰি নদীত গা ধুবলৈ গৈ আজি এজন যুৱকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। জিলাখনৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত পানী গাঁও চাৰি আলি নিবাসী মিণ্টু শইকীয়াৰ পুত্ৰ মানস প্ৰতীম শইকীয়াই (২৭)…

তেজপুৰত জ্যেষ্ঠ ভ্ৰাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভ্ৰাতৃক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৮ মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ দিনটোতে তেজপুৰ চহৰৰ গাৰোৱান পট্টিত আজি বিয়লি সংঘটিত হয় এক হত্যাকাণ্ড৷ নিজ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰা এই নৃশংস ঘটনাই সমগ্ৰ তেজপুৰ চহৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷…

‘পি এম কিষান’ আঁচনিত আৱেদন কৰিবলৈ যোগ্য কৃষকক আহ্বান লখিমপুৰ জিলা কৃষি বিভাগৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে…

তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মাৰ্চঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত পানীগাওঁ অ' পি ডি মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত আজি তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা…

মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱৰ তাৎপৰ্য

গুঞ্জ শইকীয়া মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱ পৰম্পৰাগতভাবে পালন কৰি অহা এক উৎসৱ। মাছৰহাট বৰনামঘৰৰ জন্মৰ লগত জড়িত এটি উৎসৱ হৈছে দৌল উৎসৱ। আমি জন্মৰে পৰা এই উৎসৱৰ লগত একাত্ম হৈ আছোঁ। বৰপেটা সত্ৰৰ দৌল উৎসৱৰ লগত আমাৰ নামঘৰৰ দৌল…