Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত ৰখাই থোৱা বাহনৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে আঢ়ৈ লাখ টকা আৰু লেপটপ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰত ব্যাপক জনসমাগম থকাৰ লগতে সমীপতে আৰক্ষীৰ পহৰা থকা সত্বেও ৰখাই থোৱা বাহনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধনৰ মোনা আৰু লেপটপ৷উল্লেখ্য যে, শোণিতপুৰৰ ঘাঁহিগাঁও নিবাসী সুৰজিত সেনাপতি নামৰ এজন যুৱকে নিজৰ…
বিহগুৰিত অজাযুছাপৰ তেজপুৰ জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ জিলা সমিতিয়ে ন-পুৰণি সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে বিহগুৰি চন্দ্ৰ নাথ শৰ্মা স্মৃতি ভৱনত…
তেজপুৰত অবৈধভাবে সৰবৰাহ কৰা ৩৪টা গৰু জব্দঃ দুজনক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৬মাৰ্চঃ যোৱা নিশা প্ৰায় ১০-৩০বজাত তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত মুঠ ৩৪টা চুৰি গৰু সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা…
কৰ্মসংস্থাপনৰ প্ৰলোভন দি মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৬মাৰ্চঃ কৰ্মসংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ মহিলাক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে৷ উল্লেখযোগ্য যে, দৰং জিলাৰ ধুলাত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ…
তিনিচুকীয়াৰ মাকুমত চোৰাং কনডেন্স তেলসহ বাহন জব্দ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মাৰ্চঃ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে আজি পুৱা দ্বিতীয় অসম আৰক্ষী বাহিনী চাউনিৰ সমীপত চোৰাং কনডেন্স তেলসহ এ এচ ২৩ এ বি ০৭৯৩ নম্বৰৰ মাৰুতি ইক’ বাহন এখন…
বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ মাৰ্চঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ গঠিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ প্ৰথমখন বৈঠকত লোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তসমূহ আজি ৰাজহুৱা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া…
লখিমপুৰত বিদুৎ কর্মীৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মাৰ্চঃ আজি অসমৰ ১৫৬ টা বিদ্যুৎ উপ সংমণ্ডলত অস্থায়ী বিদ্যুৎ কৰ্মীয়ে ১২ ঘন্টীয়া কৰ্মবিৰতি পালন কৰে। শক্তি খণ্ডত খাঁটি খোৱা অস্থায়ী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা নকৰা, ব্ৰিটিছৰ নিয়মত চলি থকা শক্তি খণ্ডৰ ৮০%…
লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক চাইকেল ৰেলী
শতাব্দ প্রতিনিধি, লখিমপুৰ, ৫ মাৰ্চঃ সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাটো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন অংশত সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষ, লখিমপুৰৰ উদ্যোগত…
লখিমপুৰত বাল্য বিবাহ আৰু মহিলা সৱলীকৰণ সজাগতা সভা
শতাব্দ প্রতিনিধি,লখিমপুৰ,৫মাৰ্চঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰ আৰু কনকলতা গ্ৰাম্য সংগঠনৰ সহযোগত লখিমপুৰ জিলাৰ চিয়াজুলি কনকলতা গ্ৰাম্য সংগঠনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভা অনুষ্ঠিত…
বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই প্ৰদৰ্শন কৰিলে “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা…
শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ তেজপুৰৰ তৰুণ অসম সংঘত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান দিবসৰ লগত সংগতি ৰাখি ‘ বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক,…
