Browsing Category

ট্ৰেণ্ডিং

নাট্য যোদ্ধা কৰুণা শইকীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ নিষ্ঠাবান নাট্যকাৰ-পৰিচালক তথা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম কৰ্মী কৰুণা শইকীয়াক আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত…

লখিমপুৰত নিশা ডকাইতৰ সন্দেহত এজনক আটক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ফেব্ৰুৱাৰীঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি তথা টাউন বান্তৌত যোৱা নিশা ইমদাদ আলি নামৰ লোকজনৰ ঘৰত জাগুনৰ এজন সন্দেহযুক্ত লোকক আটক কৰি খেলমাটি আৰক্ষীক চমজাই দিয়া হয়৷ ধৃত লোকজনক আৰক্ষীয়ে অসম অৰুণাচল সীমান্তৱৰ্তী…

বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত ৰাজহুৱা শুনানী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদন সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানীত অন্যান্য সংগঠনৰ লগতে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনেও…

তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান উৎসৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰি আহিছে বাৰ্ষিক বিজ্ঞান উৎসৱৰ৷ এই বাৰ্ষিক বিজ্ঞান উৎসৱে এইবাৰ দশম বৰ্ষত ভৰি দিছে আৰু তেজপুৰ…

কেতিয়া সম্পূৰ্ণ হ’ব তেজপুৰৰ নপাম আদৰ্শগাঁও নিৰ্মাণ প্ৰকল্প

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ফেব্ৰুৱাৰীঃ তেজপুৰৰ নপাম অঞ্চলক সামৰি এবছৰ পূৰ্বে ধুমধামৰে আৰম্ভ হৈছিল আদৰ্শগাঁও ৰূপে বিভিন্ন আঁচনি ৰূপায়ণৰ কাম৷ চৰকাৰে আৱণ্টন দিয়া মুঠ ৫০লাখ টকাৰ ভিতৰত নপাম গাঁও পঞ্চায়তৰ অধীনত এই অঞ্চলত ২২লাখ টকাৰে তিনিটা…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতিৰ সন্দৰ্ভত আলোচনা সত্ৰ

উত্তৰ লখিমপুৰঃ ২৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি, বেংকিং আৰু বাণিজ্য যৌথ উদ্যোগত আৰু ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত অহা ২০ আৰু ২১ মাৰ্চত এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আজি এক…

“আয়ুস্মান ভাৰত” কাৰ্ড লাভৰ বাবে হিতাধিকাৰীলৈ আহ্বান

উত্তৰ লখিমপুৰ, ২৭ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ যোগ্য হিতাধিকাৰী সকলৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চলি আছে ই- কে ৱাই চি অভিযান। উল্লেখ্য যে জিলাখনত মুঠ ৭,০০,২৩৭ জন…

শিশুক শাৰীৰিক উৎপীড়নৰ অভিযোগত বৃদ্ধ গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত জহামাৰি নপামৰ এজন লোকে এটি কন্যা শিশুক শাৰীৰিক উৎপীড়ন চলোৱাৰ এক জঘন্য ঘটনাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্ৰই…

নিচি জনগোষ্ঠীৰ নিয়’কুম উলু উৎসৱ

অৰুণাচলৰ দুইমুখত দেওবাৰে আয়োজিত নিচি জনগোষ্ঠীৰ নিয়'কুম উলু উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুইমুখ, ২৬ ফেব্ৰুৱাৰী : অৰুণাচলৰ প্ৰদেশৰ দুইমুখত আজি আয়োজিত নিচি জনগোষ্ঠীৰ পৰম্পৰাগত নিয়’কুম য়ুলু উৎসৱত…

আক্ৰান্তক বুজাবুজিৰ বাবে হেঁচা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ চৰকাৰীভাবে ৰাজ্যৰ আৰক্ষীক নতুনৰূপ আৰু কাৰ্মতৎপৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত ল’লেও আৰক্ষীৰ অৱস্থা একেদৰেই আছে৷পূৰ্বৰ দৰেই মূল অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল হ’লেও কোনো অনুসন্ধান নকৰি ওলোতাই পীড়িতৰ…