Browsing Category

ট্ৰেণ্ডিং

হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন তেজপুৰত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩০ ডিচেম্বৰঃ তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এক সভাত হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন কৰা হয়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তেজপুৰ সাহিত্য সভাৰ সভাপতি ড°…

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাবৰ্তন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় বিংশতিতম সমাৱৰ্তন৷ সমাৰোহত উপস্থিত থাকে ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী। আজিৰ এই সমাৱৰ্ত্তনত ১৩৬২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী সুমেৰ ডুগৰৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ ডিচেম্বৰ :অসম আৰু অসমীয়া লোকৰ সৈতে এক বিস্তাৰিত সামাজিক জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত সুহন লাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দাতা…

জীয়াভৰলীৰ খহনীয়াত জাহ যোৱাৰ আশংকাত ভূগিছে ৰঙাপৰাৰ তিনিখন গাঁৱৰ ৰাইজে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ তিনিখন গাঁও জীয়াভৰলীৰ বিধ্বংসী খহনীয়াত ভৱিষ্যতে জাহ যোৱাৰ আশংকাত ভূগিছে ইয়াৰ বাসিন্দাসকলে৷উল্লেখযোগ্য যে, তেজপুৰৰ দোলাবাৰী নপাম হৈ চাৰিশৰীয়া পথ নিৰ্মাণৰ লগতে…

তেজপুৰত পথদুৰ্ঘটনা:নিহত এজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: তেজপুৰৰ গৰৈমাৰীত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত দাস(৫০)নামৰ এজন লোক নিহত হয়।উল্লেখযোগ্য যে,১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে বালিপৰা দিশৰ পৰা তেজপুৰৰ অভিমুখে আহি থকা এএছ১২এএফ৪৬১১নম্বৰৰ মাৰুতি…

অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক ‘গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা

শিৱসাগৰ দিচাং ব্ৰহ্মপুত্ৰ উৎসৱৰ সামৰণি অনুস্থানত অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক 'গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা প্ৰদান কৰা দৃশ্য।

শোণিতপুৰৰ বিহগুৰিত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নল’লে ৰাইজে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ বিহগুৰি কমাৰ চুবুৰীত এজন লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ নহাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে কোনো এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি নখাবলৈ যোৱাৰ বাবেই ভোগেশ্বৰ…

তিনিচুকীয়াত ছ্যুকাফাৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ ডিচেম্বৰ : তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত (ছ্যুকাফা নগৰ) তাই সংস্কৃতি চর্চা কেন্দ্রৰ প্ৰাংগণত বুধবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহৰ লগত…

ছয় জানুৱাৰীত তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিবেশন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ডিচেম্বৰ: অহা ছয় জানুৱাৰীত তেজপুৰত অনুষ্ঠিত হ’ব আছুৰ শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ ত্ৰয়োদশ অধিবেশন৷ মাজগাঁও জাতীয় ছহিদ বাকৰিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ অধিবেশনখনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯…