Browsing Category
ট্ৰেণ্ডিং
ভোমোৰাগুৰি বনভোজস্হলীত যুৱতীক শ্লীলতা হানি:ধৃত দুই স্বয়ম্ভু সাংবাদিক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২জানুৱাৰী: পহিলা জানুৱাৰীৰ বিয়লি প্ৰায় চাৰি বজাত তেজপুৰৰ বনভোজস্হলী কলিয়াভোমোৰা দলঙৰ তলত বনভোজ খাবলৈ যোৱা তেজপুৰৰ এটা দলৰ লগত কাজিয়াত লিপ্ত হয় আন এটা দল৷এই দলটোৱে তেজপুৰৰ বনভোজকাৰী দলটোৰ যুৱতীক অশ্লীলভাবে…
বিহালীৰ প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ নতুন সমিতি গঠন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১ জানুৱাৰী : আজি দিনযোৰা
কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হয়। বিহালী প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে দীপক শৰ্মাই আৰু অনুষ্ঠানটিৰ আঁত ধৰে পত্ৰিকা সম্পাদক…
বছৰৰ পহিলা দিনটোত তেজপুৰৰ সৌন্দর্য-সুষমা পান দেশী-বিদেশী পৰ্যটকৰ
তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১জানুৱাৰী : প্ৰকৃতিৰ অনাবিল সৌন্দর্য-সুষমাৰে ভৰপূৰ তেজপুৰ চহৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থল। তেজপুৰ মানেই যেন পৌৰাণিক প্ৰেমৰ মধুৰ সোঁৱৰণৰ তীৰ্থভূমি। ঐতিহ্যমণ্ডিত চহৰখনৰ সৰ্বত্ৰ আজিও নীৰৱে প্রতিধ্বনিত হয়…
কোৱাবাৰী দলনিত জলপক্ষীয়ে হেৰুৱাই পেলাইছে বিচৰণ ক্ষেত্ৰ- গভীৰতা হ্ৰাস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘই প্ৰতিটো ইংৰাজী বছৰৰ প্ৰথম দিনটোৰ পুৱা ভাগত কোৱাবাৰী দলনি পক্ষী প্ৰসিদ্ধ (Important Birds Area) ক্ষেত্ৰত পক্ষী নিৰীক্ষণ আৰু সমীক্ষা কাৰ্যসূচীৰে শুভাৰম্ভ কৰাতো এটা অন্যতম…
বিশিষ্ট শিক্ষাবিদ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি, শিশু সাহিত্যিক দ্বীজেন নাথ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১ জানুৱাৰীঃ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, আজি পহিলা জানুৱাৰীৰ দিনটোত…
নৱবৰ্ষ আৰু সংকল্প
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
"শতাব্দ" বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি(০১।০১।২০২৩) "শতাব্দ" ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ…
বছৰৰ অন্তিম দিনটোত তেজপুৰত সাহিত্যৰ মনোজ্ঞ অনুষ্ঠানঃ
একুৰি কবিৰ স্বৰচিত কবিতা পাঠেৰে জীপাল হ'ল তেজপুৰ সাহিত্য সভা ভৱন
লখিমপুৰৰ লালুকত মহিলাক বলাৎকাৰৰ অপচেষ্টা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত লক্ষণাবড়িত যোৱা ২৭ ডিচেম্বৰত এগৰাকী মহিলাক এজন লোকে বলাৎকাৰৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেইদিনাই ভূক্তভোগী মহিলাগৰাকীয়ে লালুক থানাত এজাহাৰ দাখিল…
