Browsing Category
ট্ৰেণ্ডিং
লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে…
লখিমপুৰত হিন্দু যুৱছাত্র পৰিষদৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ অসমৰ অন্যতম অৰাজনৈতিক সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয়৷…
ভালুকপুঙত ডিটেনেটৰ বিস্ফোৰণত আহত ছাত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি বিয়লি এক ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি প্ৰায় দুই মান বজাত বিদ্যালয়ৰ পৰা উভটি অহাৰ সময়ত পথৰ দাঁতিত পৰি…
তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ…
মাৰ্ঘেৰিটাত ব্যাপক হাৰত অব্যাহত কয়লাৰ চোৰাং খনন
মুকলিকৈ চলি আছে ৫৬টা প্ৰদুষণকাৰী কুক ক’ল উদ্যোগ : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণলৈ পত্ৰ
তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে…
আৰ্তজনৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ তেজপুৰ কন্যা মহাবিদ্যালয়ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ জানুৱাৰী : তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত কালি তেজপুৰৰ নিকটবৰ্তী বিন্দুকৰি গাওঁ পঞ্চায়তৰ পখীয়াঝাৰ গাঁও এলেকাৰ দৰিদ্ৰ-নিচলা পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ…
“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ শীত বিষয়ক ফটো প্ৰতিযোগিতা
গুৱাহাটী, ৩ জানুৱাৰীঃ অসমৰ ফটোগ্ৰাফী জগতৰ আগশাৰীৰ ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে জানুৱাৰী ২০২৩ৰ বাবে তেওঁলোকৰ মাহেকীয়া ফটো প্ৰতিযোগিতাৰ বিষয় ঘোষণা কৰিছে৷ এইবাৰৰ বিষয় - শীত (winter)৷ আগ্ৰহী ফটোগ্ৰাফাৰসকলে “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ ফেচবুক…
মৰিয়নিৰ নগা সীমান্তত উত্তেজনা
মৰিয়নিৰ নগা সীমান্তত নগা দুষ্কৃতিকাৰীয়ে বনভোজস্থলীৰ গছ-গছনি কাটিলে এনেদৰে। ফলত সীমান্তত উত্তেজনাৰ সৃষ্টি হয়।
১৮ তম ৰাষ্ট্ৰীয় টাইকোৱান-ডো (আই টি এফ) চেম্পিয়নশ্বিপত অসম দলে লাভ কৰিলে ২৪টা পদক
শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ২ জানুৱাৰী ; ২০২২ চনৰ ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ তম" ৰাষ্ট্ৰীয় আইটিএফ টাইকোৱানডো চেম্পিয়নশ্বিপত অসম দলে ২৪ টাকৈ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয়…
