Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত পৃথক অভিযানত ড্ৰাগছ আৰু গাঞ্জা জব্দ:মহিলা সহ গ্ৰেপ্তাৰ ছজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ শোণিতপুৰলৈ নগাঁৱৰ পৰা মাৰাত্মক ড্ৰাগছ আৰু ওদালগুৰিৰ পৰা গাঞ্জাৰ ব্যাপক সৰবৰাহ হৈ থকাৰ বিষয়ে ইতিমধ্যেই আৰক্ষীৰ অভিযানত বাৰম্বাৰ প্ৰতীয়মান হৈছে৷ আজি তেজপুৰৰ বৰঘাট আৰক্ষীয়ে পৃথকে চলোৱা এনে দুটা অভিযানত…

তেজপুৰত গাঞ্জা সহ গ্ৰেপ্তাৰ এজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া মিন্টু বড়োৰ নেতৃত্বত আজি দিনৰ ভাগত চলোৱা এক অভিযানত বেছেৰীয়া কনাইবৰা চুবুৰীৰ ধ্ৰুৱ নাথৰ ঘৰৰ পৰা ১.৬৬৮ গ্ৰাম গাঞ্জা জব্দ কৰা হয়৷ নাথে দীৰ্ঘদিনৰ পৰাই গাঞ্জাৰ এই অবৈধ…

ডিটনেটৰ বিস্ফোৰণত আহত ৰশ্মীৰ অৱস্থা সংকটজনকঃআন ২৫টা ডিটনেটৰ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰী: কালি সন্ধিয়া শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুং তহলদাৰী চকীৰ অন্তৰ্গত দুই নম্বৰ বান্দুগুৰিৰ ১২বছৰীয়া কিশোৰী ৰশ্মী বসুমতাৰী দুৰ্ঘটনাবশতঃ এক ডিটনেটৰ বিস্ফোৰণত গুৰুতৰ ভাবে আহত হোৱা ঘটনাকলৈ…

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে টঙালি বান্ধিব ৰে’ল শ্ৰমিকে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জানুৱাৰী : এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে বৰাক উপত্যকাৰ বদৰপুৰত অনুষ্ঠিত হ'ব । ৰে'ল শ্ৰমিক সংগঠনটোৰ এই কাৰ্য্যনিৰ্বাহক আৰু…

তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিৱেশন অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬ জানুৱাৰীঃ তেজপুৰৰ মাজগাঁও স্হিত জাতীয় ছহিদ বাকৰিত আজি অনুষ্ঠিত হোৱা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ অধিবেশন উপলক্ষে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ এদিনীয়া কাৰ্যসূচীৰে…

লখিমপুৰত সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ জানুৱাৰী :সদৌ অসম কিক্‌বক্সিং ফেডাৰেচনৰ সপ্তম সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতাৰ লগতে ষষ্ঠ সদৌ অসম পেছাদাৰী কিক্‌বক্সিং প্রতিযোগিতাখনি লখিমপুৰ জিলা কিক্‌বক্সিং সন্থা, অ এ কে এফ মাৰ্চিয়েল আৰ্টচ এণ্ড ফিটনেছ…

তেজপুৰত নাট্যভূষণ, জাতীয়তাবাদী সংগ্ৰামী যোদ্ধা, অগপ নেতা অৰ্পণ বেজবৰুৱাক স্মৰণ

৬২ খনকৈ পূৰ্ণাংগ নাটকৰ স্ৰষ্টা গৰাকীক মৰণোত্তৰ ভাৱে শিল্পী পেন্সন প্ৰদান কৰিবলৈ পত্নী - কন্যাই তথ্যসহ আবেদন তুলি দিলে সাংসদ পল্লৱ লোচন দাসৰ হাতত

উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ অধিবেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন আজি অনুষ্ঠিত হৈ যায়৷স্হানীয় ডিপোটা হাবিয়াল থানৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা…

কিশোৰী ধৰ্ষণ:চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানা অন্তৰ্গত শালবাৰী অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুশৰি,এই জঘন্য ঘটনাটো…