Browsing Category
ট্ৰেণ্ডিং
পাভৰ পৰা উচ্ছেদিতৰ ৰোষত নাওবৈচাৰ কংগ্ৰেছ বিধায়ক ভৰত নৰহ
প্রশাসনে বেদখলমুক্ত কৰিলে ৫০১ হেক্টৰ বনভূমি : অস্থায়ী শিবিৰত উত্তপ্ত পৰিস্থিতিঃ ভৰত নৰহলৈ উচ্ছেদিত চোচা :
তেজপুৰত “অসমী ভোগালী মেলা – ২০২৩” ৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিশ্যনৰ শোণিতপুৰ জিলাৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা "অসমী ভোগালী মেলা - ২০২৩" সন্ধিয়া ফিটা…
তেজপুৰৰ সমাজকৰ্মী বিমল শইকীয়াৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপুখুৰী তিনিআলি নিবাসী বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শংকৰ দেৱ সংঘৰ বিষয়ববীয়া বিমল শইকীয়াৰ আজি দিনৰ প্ৰায় ২ বাজি ৩০ বজাত নিজ বাসগৃহতে ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত…
লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰেৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশক লৈ সহমতত উপনীত অসম-অৰুণাচল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ইটানগৰ, ৯ জানুৱাৰী : লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ দিশত পাৰস্পৰিক বুজাবুজিৰ আধাৰত আজি অসম আৰু অৰুণাচল প্ৰদেশ উভয়ে সহমতত উপনীত হয়। লখিমপুৰ, শোণিতপুৰ…
শোণিতপুৰৰ খেলমাটি অঞ্চলত পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৯ জানুৱাৰী : পৰিস্কাৰ - পৰিচ্ছন্নতা আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কালি তেজপুৰৰ নিকটৱৰ্তী খেলমাটি অঞ্চলত সজাগতামূলক এক কাৰ্যসূচী সম্পন্ন হয়। তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা,…
তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ মনস্থ
তেজপুৰ শাখাৰ বিশেষ সভাত বিভিন্ন শাখা - অনুষ্ঠানৰ প্ৰতিনিধিৰ মতামত গ্ৰহণ
তিনিচুকীয়াত পুষ্পক কাৰ ৰেলীত হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আশ্ৰানী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ জানুৱাৰী : অসম মটৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত হয় পুষ্পক কাৰ ৰেলী ২০২৩ ৷ মুঠ ৮০ টা দলে অংশগ্ৰহণ কৰা এই ৰেলীৰ তিনিচুকীয়া চহৰৰ চলিহা নগৰ খেলপথাৰৰ পৰা পুৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে…
কৰ্কটৰোগী আৰু আত্মীয়ৰ বাবে তেজপুৰত আশাদীপ আশ্ৰয়গৃহ মুকলি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ ভাৰতীয় শিশু কল্যাণ পৰিষদ তেজপুৰ শাখাৰ সৌজন্যত আজি তেজপুৰৰ মাজগাঁৱত চিকিৎসাধীন কৰ্কট ৰোগীৰ বাবে এটা "আশাদীপ আশ্ৰয়গৃহ" মুকলি কৰা হয়। তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ লক্ষ্মী গোস্বামীৰ চিন্তাৰ ফচল এই…
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নতুন সভাপতি, সম্পাদক নিৰ্বাচিত
শদিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অধিবেশনৰ আজি সামৰণি পৰিল ৷ সংগঠনটোৰ পৰৱৰ্তী সভাপতি হিচাপে পলাশ চাংমাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ৷ সাধাৰণ সম্পাদক হিচাপে ৰাতুল বৰগোহাঁই নিৰ্বাচিত। মুখ্য় উপদেষ্টাৰূপে ৰাণা প্ৰতাপ বৰুৱা…
লখিমপুৰত ১০ লক্ষ টকাৰ অৰুণাচলী সুৰা জব্দ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮জানুৱাৰীঃ লখিমপুৰৰ জিলাৰ পথালি পাহাৰত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত আজি বান্দৰদেৱা আৰক্ষীয়ে ২৫০কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা জব্দ কৰে। জানিব পৰা মতে প্ৰায় ১০লাখ টকা মূল্যৰ এই অবৈধ অৰুণাচলী সুৰা সমূহ বান্দৰদেৱাৰ পৰা…
