Browsing Category

ট্ৰেণ্ডিং

তেজপুৰৰ নিৰু নেওগ বৰাৰ সৃষ্টিশীল যাত্ৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জানুৱাৰী: তেজপুৰ ঘৰপৰা চুবুৰী নিবাসী নিৰু নেওগ বৰাই ১৯৭৩ চনতে নাটক ৰচনা কৰাৰ মাজৰে সৃষ্টিশীল কৰ্ম্মত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ সাহিত্য কৃতি নাটকৰ উপৰি শিশু গল্প, শিশু উপন্যাস আৰু অন্যান্য লেখাত প্ৰতিফলিত…

বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ

লক্ষীমপুৰ, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰক বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযান অব্যাহত ৰখাৰ লগতে এই বেদখলকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ…

পাঠশালাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জানুৱাৰীঃ  অসম সাহিত্য সভাই অহা ১৭ জানুৱাৰীত পাঠশালা শাখা সাহিত্য সভা (শতদল)ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱসটি কেন্দ্ৰীয়ভাৱে 'জ্যোতি দিৱস' হিচাপে পাঠশালাত উদযাপন কৰিব। দিনজোৰা…

পৰ্যটন উদ্যোগী দেৱজিৎ গগৈৰ গোৱাত দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ অসমৰ পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লক্ষ্যৰে শিক্ষকতাৰ দৰে নিশ্চিত আয়ৰ উৎস এৰি পৰ্যটকক লৈ অৰঙে দৰঙে ভ্ৰমণ কৰা যুৱ পৰ্যটন উদ্যোগী লখিমপুৰৰ দেৱজিৎ গগৈৰ(৪৭) আজি পুৱা দেহাৱসান ঘটে। লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ…

তেজপুৰৰ কৌশিকপুৰত ভোগালীৰ উলাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জানুৱাৰী: তেজপুৰৰ দপৰ্বতীয়াৰ কৌশিকপুৰৰ ৰাইজে এইবাৰ নিৰ্মান কৰিছে ঐতিহাসিক দপৰ্বতীয়াতে থকা গুপ্তযুগৰ এক ঐতিহাসিক সমল শৈলদ্বাৰৰ আৰ্হিৰ এক দৃষ্টিনন্দন বিহুঘৰ৷ উল্লেখযোগ্য যে,সম্প্ৰতি পৰম্পৰাগত বিহুঘৰৰ বিপৰীতে…

লখিমপুৰত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২জানুৱাৰীঃ  ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে চিৰাজুলি চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় যুৱ দিৱস অনুষ্ঠিত…

লখিমপুৰত ভোগালী মেলাৰ সফল সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২জানুৱাৰী: মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী ব্যৱস্থা সুচল কৰি দিয়া লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযান লখিমপুৰ জিলা পৰিচালনা গোটৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আজি সামৰণি…

তেজপুৰৰ দোলাবাৰী পঞ্চায়তৰ পি এম এ ৱাই গৃহৰ হিতাধিকাৰীয়ে লাভ কৰা নাই এমজি এনৰেগাৰ ধন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনা চমুকৈ পি এম এ ৱাই গৃহৰ যি উদ্দেশ্যৰে প্ৰদান কৰা হৈছিল বাস্তৱত সেয়া অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । শোণিতপুৰৰ গাভৰু…

তিনিচুকীয়াা পৰা কৰ্তন কৰি ডিব্ৰুগড়ত চামিল পানীতোলা বাগিছা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জানুৱাৰী : তিনিচুকীয়া জিলাৰ পৰা কৰ্তন কৰি পানীতোলা চাহ বাগিছা ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ (এচিএমএছ) ৷ আজি এক বিবৃতিত এচিএমএছ পানীতোলা শাখাৰ সম্পাদক…

ভোগালী বিহুলৈ মাজত মাথোঁ তিনিদিন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,১১ জানুৱাৰীঃ অসম - অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো তিনিটা দিন বাকী। পথাৰৰ সোণগুটি চপাই ভড়ালত থাপি থুপি ৰখাৰ পিছত সেই উকা পথাৰত আকৌ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা - বুঢ়া সকল ভেলাঘৰ বা…