Browsing Category

ট্ৰেণ্ডিং

বিহপুৰীয়াত সাত মাহৰ পূৰ্বে বিবাহ স্থলীৰ পৰা নিৰুদিষ্ট হোৱা যুৱকৰ নৰকংকাল পুখুৰীত উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত ভোগদৈ-গন্ধীয়াত বৃহস্পতিবাৰে বিয়লি পুখুৰীত মানুহৰ এটা লাওখোলা উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ একাংশ লোকে সন্দেহ কৰা অনুসৰি…

তিনিচুকীয়াত নিশা শতাধিক কয়লাৰ ট্ৰাক আবদ্ধ কৰিলে যুৱকৰ দলে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ জানুৱাৰী : বিভিন্ন পক্ষক ধনবলেৰে মেনেজ কৰি তিনিচুকীয়া জিলা প্ৰশাসনৰ নাকৰ তলেৰে মাৰ্ঘেৰিটাৰ পৰা দৈনিক শ শ ট্ৰাক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ পাছতো আৰক্ষী তথা বন বিভাগে চকু মুদা কুলিৰ ভাও গ্ৰহণ কৰি অহাৰ…

সোৱণশিৰিৰ নামনিত এন এইচ পি চিৰ বান্ধ প্ৰতিৰোধী আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিবাদক উপেক্ষা কৰি লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱন সা-সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত ঠিকাদাৰৰ জৰিয়তে…

লখিমপুৰৰ পাভত মানুহৰ সমাগমত আতংকিত গঁড়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ।মুক্ত ভাৱে বিচৰণ কৰা গঁড়ৰ আক্ৰমণত তিনি জন লোক আহত হোৱা বুলি জনা গৈছে।লখিমপুৰ জিলা বনবিভাগে সদৰী কৰা অনুসৰি কাজিৰঙাৰ পৰা…

ৰাজ্যত ৪৩৬২কোটি টকা ব্যয়ৰে প্ৰিপেইড স্মাৰ্ট মিটাৰ কিয়?

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬জানুৱাৰী: ৰাজ্যৰ ৪৪ লাখ বিদ্যুৎ গ্ৰাহকৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা ১২জানুৱাৰীত অনুমোদন জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এচোছিয়েছনে৷ এ এ ই…

বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুেদ্ধ ব্যৱস্থা গ্ৰহণৰ সকীয়নি আটাছুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : তিনিচুকীয়া চহৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন হোটেল আৰু দোকানত একপ্ৰকাৰে মুকলিকৈ চলি থকা বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) তিনিচুকীয়া আঞ্চলিক সমিতি…

তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ১ আহত ৩

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে এ এছ ০৬…

শোণিতপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকী শিল্পীলৈ অসম চৰকাৰৰ এককালীন শিল্পী সন্মান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ ভাওনা শিল্পীয়ে অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰাৰ লগতে আন ১৪ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ শিল্পীয়ে এককালীন শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জিলাখনৰ তেজপুৰৰ…