Browsing Category

ট্ৰেণ্ডিং

তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক, জননেতা ড° পূৰ্ণ নাৰায়ণ সিংহক স্মৰণ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ জানুৱাৰী: তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক তথা জননেতা, তিনিদিনীয়া কাকত "মহাজাতি"ৰ প্ৰকাশক তথা সম্পাদক প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ আজি ২৩ সংখ্যক মৃত্যু তিথিত বিশিষ্ট ব্যক্তিজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ…

আলফা স্বাধীনক সকীয়নি হিন্দু যুৱছাত্ৰ পৰিষদৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৫জানুৱাৰী: ৭৬ সংখ্যক গণৰাজ্য দিৱস বৰ্জনৰ বাবে অসম বন্ধৰ আহ্বান জনোৱা আলফা স্বাধীনক তীব্ৰ সকীয়নি প্ৰদান কৰি কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন…

লিডুৰ অবৈধ কয়লা খনিত ২ শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তদন্তত নাই কোনো অগ্ৰগতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত পুনৰ অবৈধ কয়লা খননত নিয়োজিত দুজন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তই সচৰাচৰৰ দৰেই কোনো অগ্ৰগতি লাভ কৰা নাই…

তেজপুৰত নীলমণি ফুকনৰ কবিতাৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৪ জানুৱাৰী : "সূৰ্য্য হেনো নামি আহে এই নদীয়েদি, ক'লৈ যাৱ হেৰ' উন্মাদিনী, ওলমি থকা গোলাপী জামুৰ লগ্ন, কেনে আছোঁ মোক নুসুধিবা, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি, ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত - আদি কাব্য ঋষি…

সোৱণশিৰিত মাইনিং মহলৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলতে জেচিবিৰে অবৈধ খনন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ জানুৱাৰীঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এতিয়া বনজ সম্পদৰ অবাধ লুণ্ঠন যজ্ঞ চলিছে৷ বন বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰেই এনে দুষ্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীত চাউলধোৱাত…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২৩ জানুৱাৰীঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখন উদ্বোধন কৰে নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ…

ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী- যাত্ৰীবাহী জাহাজ পুনৰ চলাচল কৰিবঃ সৰ্বানন্দ সোনোৱাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ জানুৱাৰী: তেজপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ তেওঁ…

বৰছলাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,২১জানুৱাৰী: শোণিতপুৰৰ ৭২ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বৰছলা…

লখিমপুৰত গুণোৎসৱত অভিভাৱক মন্ত্ৰী অতুল বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২১ জানুৱাৰী ; কৃষি মন্ত্ৰী অতুল বৰাই আজি এদিনীয়া ভ্ৰমণ সূচী হাতত লৈ লখিমপুৰ জিলাত উপস্থিত হয়। উক্ত ভ্ৰমণ কালত লখিমপুৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত চলি থকা গুণোৎসৱ-২০২৩ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত…

শোণিতপুৰ জিলাৰ নদুৱাৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ ২০জানুৱাৰীঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰত আজি মধ্য চিলাবন্ধা আৰু দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ দুখনকৈ জল জীৱন মিছনৰ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে সমষ্টিৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জনস্বাস্থ্য…