Browsing Category
ট্ৰেণ্ডিং
কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন
গুৱাহাটী, ২৭ জানুৱাৰী : লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় ৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে ৷ আজি অসম…
জালিয়াতিৰে ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হ’ল উত্তৰ প্ৰদেশৰ যুৱতী সহ তিনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জানুৱাৰী: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা শৈক্ষিক প্ৰমান পত্ৰত ন্যূনতম কাট অফ নম্বৰ ৩৫ৰ পৰা ৪০ সুবিধা জালিয়াতি কৰি ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষা অবতীৰ্ণ হবলৈ আহি আজি…
সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
গুৱাহাটী, ২৭ জানুৱাৰীঃ সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়| অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন…
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবেঢ়াৱা হৈছে । সেইসকল হল ক্ৰমে হেমপ্ৰভা চুতীয়া (কলা ), হেমচন্দ্ৰ গোস্বামী (কলা ) আৰু ৰামকুইৱাংবে ৱমে ( Ramkuiwangbe Newme ( সমাজসেৱা )।
“শতাব্দ”ৰ গ্ৰাহক-শুভাকাংক্ষীলৈ জাননী
অসমত ইতিবাচক সাংবাদিকতাৰ ধাৰাৰ পোষকতা কৰা "শতাব্দ ডিজি মিডিয়া"ই অসমৰ সচেতন ৰাইজ তথা গ্ৰাহকৰ আশীৰ্বাদত এটা বছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি দিলে। গ্ৰাহক- শুভাকাংক্ষীৰ সহায় অবিহনে 'শতাব্দ'ক আগুৱাই নিয়াটো কঠিন। সেয়ে আপোনাৰ ইচ্ছা আৰু…
৩০ জানুৱাৰীত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ
গুৱাহাটী, ২৫ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে । ৩০ জানুৱাৰী তাৰিখে সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল…
তিনিচুকীয়াৰ ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে অইলৰ সৈতে চুক্তি স্বাক্ষৰিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জানুৱাৰী : তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ মাজত এখন বুজাবুজি চুক্তি আজি…
বিজেপিয়ে বাকী আৰু ফাঁকিৰে চৰকাৰ চলাইছে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫ জানুৱাৰী :বিগত বিধান সভা নিৰ্বাচন আৰু পৌৰ নিৰ্বাচনত শোচনীয় অৱস্থাৰ সন্মুখীন হোৱাৰ পাছতেই প্ৰায় নিৰ্জীৱ হৈ পৰা তেজপুৰ স্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি দেখা গ’ল এক ভিন্ন পৰিৱেশ৷শোভাযাত্ৰা আৰু বিহু…
শোণিতপুৰৰ চাৰিদুৱাৰত তিনিটা বন্দুক সহ গুলী উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জানুৱাৰীঃ আজি পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই শোণিতপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল…
