Browsing Category
ট্ৰেণ্ডিং
টাইম-৮ৰ সাংবাদিক দাবু নাৰায়ণ কোঁৱৰলৈ পৰাগ ভূঞা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জানুৱাৰীঃ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰত যোৱা ২৮ জানুৱাৰী তাৰিখৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাকপথাৰ প্ৰেছ ক্লাবৰ…
ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসক গুলীয়াই হত্যা
ভূৱনেশ্বৰ,২৯ জানুৱাৰীঃ ওড়িশাৰ ঝাৰছুগুডা জিলাত এক অনুষ্ঠানলৈ যোৱাৰ সময়ত এজন আৰক্ষীৰ গুলীত ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।ঝাৰছুগুদা জিলাত আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকে গুলীয়াই হত্যা কৰে নব কিশোৰ দাসক। দাসৰ…
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ
উত্তৰ লখিমপুৰ, ২৯জানুৱাৰী: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানটি লখিমপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ…
আছাৰ ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ মিশ্ৰিত প্ৰভাৱ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮জানুৱাৰী: বিটিআৰৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আছাই আহ্বান জনোৱা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণৰ প্ৰভাৱ জিলাখনত মিশ্ৰিত ভাবে পৰে৷জিলাখনৰ ঢেকিয়াজুলিৰ লগতে বালিপৰা আৰু ৰঙাপৰাত এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়…
তেজপুত দুৰ্ঘটনাত নিহত এজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰীঃ
তেজপুৰৰ চাৰিমাইলত আজি পুৱা প্ৰায় ন বজাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত চিৰাজুল ইছলাম নামৰ এজন লোক নিহত হয়৷আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছ০৩বিচি৬৯৯৯ নম্বৰ কয়লা ভৰ্ত্তি ট্ৰাক খনৰ পৰা নমাৰ সময়তে…
বন্যহস্তীৰ আক্ৰমণত বনৰক্ষী নিহত শোণিতপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰী: শোণিতপুৰত বন্য হস্তীৰ আক্ৰমণত প্ৰদীপ বৰা নামৰ ৫৯বছৰীয়া এগৰাকী বনকৰ্মী নিহত হয়৷ বন বিভাগৰ গ্ৰেড-২ কৰ্মচাৰী জনে আজি সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত তহল দিবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনাটো…
লখিমপুৰত চাৰি শতাধিক দৰিদ্ৰ পৰিয়ালক ৰেডক্ৰছ চ’ছাইটিৰ সাহায্য- সামগ্ৰী বিতৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বানবিধ্বস্ত, খহনীয়াগ্ৰস্ত তথা ঘৰ-বাৰী হেৰুৱাই বৰ্তমান মথাউৰিত বসবাস কৰি থকা তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিশ টা পৰিয়ালৰ মাজত আজি ভাৰতীয় ৰেডক্ৰছ চ'ছাইটিৰ লখিমপুৰ শাখাই বিভিন্ন…
মৰ্মন্তুদ… ( ফটো সংবাদ)
যুৱকজনৰ নাম ৰাম মজুমদাৰে। ঘৰ বৰপেটাৰোডত। ৰঙীন সংসাৰ গঢ়াৰ সপোনেৰে বিবাহত বহাৰ পিছদিনাই নিশা হৃদৰোগত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় যুৱকজনে....
অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান
মাননীয় সম্পাদক মহোদয়,অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান জনাব বিছাৰিছো । অধিৱেশনস্থলীৰ সমূহ কাৰ্য্যসূচী Youtube, Facebook আদি বিভিন্ন মাধ্যমৰৰ যোগেদি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে…
আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com আজি উত্তৰ লখিমপুৰত উদ্বোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ…
