Browsing Category
ট্ৰেণ্ডিং
সাহিত্য সভাৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰী আশানুৰূপ হোৱা নাই
শতাধিক সংখ্যালঘু যুৱতীয়ে জাতীয় সাজেৰে পৰিৱেশন কৰিলে 'চিৰ চেনেহী ভাষা জননী'
শোণিতপুৰৰ চাৰিদুৱাৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজনক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰী: শোণিতপুৰত যোৱা সময়চোৱাত ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এনে একাংশ ড্ৰাগছ সৰবৰাহকাৰী কাৰামুক্ত হৈ পুনৰ একেই দুস্কাৰ্যৰে জড়িত হৈ পৰিছে৷আজি পুৱা জিলাখনৰ খনামুখ…
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত চৰকাৰে অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাছুল সঘনাই বৃদ্ধি কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। তেজপুৰৰ…
তিনিচুকীয়াৰ গুণোৎসৱত ’টিকনি বৰুৱা’ উপহাৰ স্বৰূপে লাভ কৰিলে মন্ত্ৰী ৰনজিৎ দাসে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী : গুণোৎসৱ-২০২৩ ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত বৰ্হিমূল্যায়ক হিচাপে আজি তিনিচুকীয়াৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় গ্ৰামোন্নয়ন আদি একাধিক বিভাগৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ…
তেজপুৰত অগ্নিকাণ্ড
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ গাৰোৱানপট্টী অঞ্চলত যোৱা নিশা প্ৰায় ৮-৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে,অঞ্চলটোৰ অমল সাহা নামৰ লোকজনৰ ভাৰাতীয়া গণেশ আগৰৱালৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই…
তেজপুৰত সৌন্দৰ্য প্ৰতিযোগিতা
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২ ফেব্ৰুৱাৰী : ৰূপ-সৌন্দৰ্য্যৰ সমাহাৰ ঘটাই পৰম্পৰাগত সাজপাৰ পৰিহিত এজাক যুৱক-যুৱতীৰ লয়লাস খোজ । আধুনিক সৌন্দৰ্যৰ জগতত ফেৰ মাৰিব পৰাকৈ এচাম যুৱক-যুৱতীক সাজু কৰি তুলিছে ডায়না বিউটি এণ্ড মেকআপ একাডেমীৰ সঞ্চালিকা…
বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ জানুৱাৰীঃ প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই ফেব্ৰুৱাৰীৰ পৰা বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে। এক…
বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়৷ বৃহত্তৰ বধাকৰা অঞ্চলৰ কেবাশ লোকৰ উপস্থিতিত আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয়…
ভালুকপুঙত দিনজোৰা কাৰ্যসূচীৰে উদযাপন সীমান্ত মহোৎসৱ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ জানুৱাৰীঃ শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত দেওবাৰে ভালুকপুংস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰা হয় । দুয়োখন ৰাজ্যৰ…
লখিমপুৰ আজাদত জিলা ভিত্তিত ভলীবল প্ৰতিযোগিতা
উত্তৰ লখিমপুৰ, ৩০ জানুৱাৰীঃ উদিত যুৱ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰে আজাদ গোহাঁই টেকেলা খেলপথাৰত দিবা-নৈশ প্ৰাইজমানি ভলীবল খেল অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ মূল সভাৰ আঁত ধৰে উদিত যুৱ সংঘৰ বিজু চাংমাইয়ে ।…
