Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত “সঁফুৰা বৃত্তি পৰীক্ষা” ত প্ৰায় ৪৭৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰী: শিশু সকলৰ প্ৰতিভা সন্ধানৰ উদ্দেশ্যে শিশু আলোচনী "সঁফুৰা" ৰ উদ্যোগত প্ৰয়াত নমস্য সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াই আৰম্ভ কৰা "সঁফুৰা বৃত্তি পৰীক্ষা" আজি ৰাজ্যজুৰি অনুষ্ঠিত হয়। তেজপুৰৰ দৰং…

শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাটৰ ২০০বছৰীয়া জয়ন্তী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰীঃ ১৮১৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আজি ভক্তিৰসত বিলীন হল বৃহত্তৰ উলুবাৰী অঞ্চলৰ হেজাৰোধিক ভক্তপ্ৰাণ ৰাইজ-আইমাতৃ৷ মানৰ আক্ৰমণত জীৱন ৰক্ষা কৰি ধূণাগুৰি, উলুবাৰীত নিগাজীকৈ…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৫ সংখ্যক বৈঠকত দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ “জাহ্নৱী”…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী: জীৱনৰ প্ৰৌড় বয়সতো মানসিক খাদ্যৰে সুস্বাস্থ্য গঢ়ি প্ৰশান্তিৰে জীৱন অতিবাহিত কৰিব বিচৰা তেজপুৰৰ একাংশ লেখক - সাহিত্যিকে ১৯৭৭ চনতে গঢ় দিয়া সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৩৫ সংখ্যক বৈঠকৰ…

তেজপুৰত বেংক লুটৰ ঘটনা:গ্ৰেপ্তাৰ অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ এলেকাত যোৱা নিশা সংঘটিত হোৱা এক বেংক লুটৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে তেজপুৰ তেজপুৰ সদৰ…

আৱৰ্জনাঃ ৰাজ্যজুৰি “ঝলঝলা” ৰ বিশেষ তৎপৰতা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ফেব্ৰুৱাৰী: সাম্প্ৰতিক কালত বিশ্ব জুৰি ভয়ানক ভাৱে বৃদ্ধি পাই অহা আৱৰ্জনাই পৰিবেশ বিনষ্ট কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে স্বাস্থ্যকৰ আৰু পৰিস্কাৰ চহৰ হিচাপে কেবাবাৰো…

 ৰাজ্যপালৰ এদিনীয়া তিনিচুকীয়া ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী : অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে প্ৰথমে সৰ্বভাৰতীয় নিৰ্মাতা সংগঠন (অসম ৰাজ্যিক পৰিষদ) আৰু অসম উৎপাদকতা পৰিষদৰ যৌথ উদ্যোগত…

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল সাংস্কৃতিক কৰ্মীক যোৱা দুই ফেব্ৰুৱাৰীত আয়োজক সমিতিৰ কৰ্মকৰ্তাই অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে বন্ধ কৰি দি অপমান কৰাৰ ঘটনাকলৈ…

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী: লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,  লখিমপুৰ, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেচনেল কেডেট কৰ্পছ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) সহযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ…

অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহ

প্ৰস্তাৱ নং-১  আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ যিসকল বৰেণ্য লোক পৰলোকগামী হ’ল তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্‌গতি অৰ্থে পৰম পিতাৰ ওচৰত…