Browsing Category
ট্ৰেণ্ডিং
নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে- ননীগোপাল দেৱগোস্বামী, সত্ৰাধিকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰীঃ ‘ধৰ্ম হ’ল এটা উপায়- যাৰ মাধ্যমেৰে এখন সমাজক তললৈ পৰি নেযোৱাকৈ ধৰি ৰখা হয়৷ এজনে আন এজনৰ লগত সম্পৰ্ক স্থাপন কৰা কৰে৷ যাক ধাৰণ কৰিলে সমাজ আৰু ঘৰখনক ধৰি ৰাখিব পাৰি, ইয়াৰ বাবে কিছুমান নীতি-নিদেৰ্শনা,…
তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা মৃণালী চেতিয়া সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ৰ আই চি ইউত…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়া বাৰ্ধক্যজনিত ৰোগত…
ডন ব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন
গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৭ ফেব্ৰুৱাৰী তাৰিখে আজাৰা চৌহদৰ কনফাৰেন্স হলত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ নাকৰ ‘বি’ গ্ৰেড
উত্তৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ ১৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক দ্বিতীয় চক্ৰৰ ‘বি’ গ্ৰেড প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)-বাংগালুৰুৱে। নাকে আজি এই কথা তেওঁলোকৰ পৰিদৰ্শন দলৰ মহাবিদ্যালয়ৰ…
লখিমপুৰত গ্ৰেপ্তাৰ ৪ দুধর্ষ ডকাইত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ কে বি ৰোডৰ জগদম্বা হাৰ্ডৱেৰৰ ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডত জৰিত ৪জন দুধর্ষ ডকাইতক লখিমপুৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, অতিৰিক্ত…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত নৰ্থ লখিমপুৰ কলেজৰ বৃহৎ সাফল্য
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ডিগবৈ মহিলা মহাবিদ্যালয়ত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। এই যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৬৪ খন মহাবিদ্যালয়ে যোগদান কৰিছিল। এই যুৱ…
কম বাজেটৰ ইলেক্ট্ৰিক বাইক মুকলি, চিংগল চাৰ্জত ১৩০ কিলোমিটাৰ চলিব
হাইলাইটকোম্পানীটোৱে Black, Grey, Blue আৰু Red ৰঙৰ বিকল্পত ecoDryft প্ৰৱৰ্তন কৰিছে।এই ই-বাইকৰ ৰাইডিং ৰেঞ্জ ১৩০ কিলোমিটাৰতকৈও অধিক।এই ইলেক্ট্ৰিক বাইকখন সম্পূৰ্ণ চাৰ্জ হ’বলৈ সময় লাগে ৬ ঘণ্টা।ইলেক্ট্ৰিক…
মঙলদৈত প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটৰ ফাইনেলত শক্তি সংঘ
মঙলদৈ, ৬ ফেব্ৰুৱাৰী : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত শক্তি সংঘই মঙলদৈ টাউন ক্লাবক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জয়ী হৈ টাউন…
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত ম’ক পাৰ্লিয়ামেন্ট
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ফেব্ৰুৱাৰী : জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে ম'ক পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰা হয় ৷ এই ম'ক পাৰ্লিয়ামেন্ট কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ…
ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীৰ হাহাকাৰঃ আন্দোলনৰ হুংকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ ফেব্ৰুৱাৰী ; ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীক বিভাগীয় ভাবে স্থায়ী নিযুক্তি দিয়াৰ পৰিবৰ্তে শক্তি বিভাগে পৰৱৰ্তী সময়ত লোৱা সিদ্ধান্ত কিছুমানক লৈ অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰিছে অস্থায়ী কৰ্মচাৰী সকল ।…
