Browsing Category

ট্ৰেণ্ডিং

ঐশ্বৰ্য্য কাকতিলৈ “জীৱনজোৰা লোককৃষ্টি সাধনা বঁটা” 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ-পৰিচালক, ঔপন্যাসিক, প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিলৈ সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদে আগবঢ়াইছে ২০২৩ বৰ্ষৰ "জীৱনজোৰা লোককৃষ্টি…

দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ বুজাবুজি চুক্তি সম্পন্ন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ে কালি তেজপুৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত এখনি বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি কমল…

লখিমপুৰ ৰেলৱে ষ্টেচনত চলন্ত ৰেলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ফেব্ৰুৱাৰীঃ আজি পুৱতি নিশা প্ৰায় ৯.৩০ বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত এজন লোকৰ এটা মৃতদেহ উদ্ধাৰ হয়৷ প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি ডেকাৰগাঁও-মুৰ্কংচেলেক অভিমুখী উজনিমুৱা যাত্ৰীবাহী ৰেলখন আজি…

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍ লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় সন্মুখত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ মাচুল…

এমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ লীলাবাৰী শাখা

শতাব্দ প্ৰতিনিধি‍ লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ সাৰদা, ৰ'জভেলীৰ দৰেই এতিয়া বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে যোৰহাট জিলাৰ তৰাজান আশীষ নগৰত মুখ্য কাৰ্যালয় থকা অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ গ্ৰাহকৰ লগত বিত্তীয় লেনদেন অব্যাহত ৰখা সমিতিখনৰ…

তেজপুৰকে ধৰি ৰাজ্যৰ ছয় স্থানলৈ উড়ান আঁচনিৰ অধীনত হেলিকপ্টাৰ সেৱা আৰম্ভ 

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৮ ফেব্ৰুৱাৰীঃ প্ৰতিকুল বতৰ সত্বেও আজি তেজপুৰৰ লগতে ৰাজ্যখনৰ ছয় আকাশী পথৰে আৰম্ভ হৈছে পৱন হংসৰ হেলিকপ্টাৰ সেৱা৷ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক যোগাযোগ সেৱা আঁচনি চমুকৈ আৰ চিচিৰ উৰে দেশ কী আম নাগৰিক অৰ্থাৎ উড়ানৰ…

ঢেকিয়াজুলি অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিকত মধ্যাহ্ন ভোজনৰ বিসংগতি

শতাব্দ ৰিপ’ৰ্টাৰ, তেজপুৰ,৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঢেকিয়াজুলি শিক্ষাখণ্ড অধীনস্থ লুলুকাই অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মধ্যহ্ন ভোজনৰ চাউলৰ বিসংগতিৰ তদন্তৰ বাবে উপস্থিত হয়হি জিলা তদন্তকাৰী বিষয়া নিপুমণি বৰুৱা৷ উল্লেখ্য যে…

লখিমপুৰত মহিলা সহ ৪ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰখাৰ পাছতো জিলা খনৰ বিভিন্ন স্থানত এতিয়াও সক্ৰীয় হৈ আছে ড্ৰাগছৰ ব্যৱসায়। লখিমপুৰত আজিও আৰক্ষীৰ জালত পৰিছে  কেইবাটাও  ড্ৰাগছ সৰবৰাহকাৰী।…

লেখক-বেংক বিষয়া বিপিন শইকীয়াৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী, অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সাংবাদিক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক, স্তম্ভ লেখক, সুবক্তা তথা জ্যেষ্ঠ নাগৰিক বিপিন শইকীয়াৰ আজি মৃত্যু ঘটে ৷ শইকীয়া বিগত…

ঢেকিয়াজুলিৰ মনুজুলি গাঁৱত সঠিক ৰূপত পথ নিৰ্মাণৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭ফেব্ৰুৱাৰীঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত আজি এটা পথ সঠিক ভাবে নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ অনুসৰি, মনুজুলি গাঁৱৰ শংকৰ ৰায়ৰ ঘৰৰ পৰা সুকুমাৰ…