Browsing Category

ট্ৰেণ্ডিং

সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হ’ব লক্ষীমপুৰ প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১০ ফেব্ৰুৱাৰীঃ  লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে উপায়ুক্ত সুমিত সত্তৱানে। উক্ত সভাত জিলাখনত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ ওপৰত বিশদভাৱে…

তেজপুৰতো এনপিএছ বাতিলৰ দাবীত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰ্মচাৰীৰ

শতাব্দ প্ৰতনিধি‍, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি চমুকৈ এনপিএছ বাতিলৰ দাবীত আজি তেজপুৰতো কৰ্মচাৰী সকলে কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়েণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷  উল্লেখ্য যে প্ৰতিবাদী কৰ্মচাৰীসকলৰ এই এদিনীয়া কৰ্ম-বিৰতিৰ…

তেজপুৰৰ যুৱকৰ মৃত্যুকলৈ ৰহস্য

 শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ তেজপুৰ সদৰ থানাৰ অধিনৰ তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত বৰগুৰিৰ ৰাজহুৱা শ্মশানত এজন লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱাৰ সময়তে একাংশ লোকে তেওঁৰ মৃত্যুকলৈ গভীৰ সন্দেহ ব্যক্ত কৰাত মৃতদেহ দাহৰ…

দৰংমহাবিদ্যালয় আৰু তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত আজিৰে পৰা ১৬ ফেব্ৰুৱাৰীলৈ অতি উল্লাস পূৰ্ণ ভাৱে আৰম্ভ হৈছে "মহাবিদ্যালয় সপ্তাহ" ।আজি প্ৰথম দিনটোতে শিক্ষাৰ্থী বাহিনীৰ মাৰ্চপাষ্ট আৰু…

তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত চহৰ তেজপুৰৰ পৰা গণকণ্ঠ নামৰ এখন সাপ্তাহিক বাতৰিকাকত পাইছে৷ আজি দিনৰ ১০বজাত তেজপুৰ সাহিত্য সভা ভৱনত কাকতখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ জ্যেষ্ঠ…

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা,শিক্ষাবিদ-সুলেখিকা মৃণালী চেতিয়াৰ বিয়োগ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ তেজপুৰৰ সমাজ জীৱনত এক ৰিক্ততাৰ সৃষ্টি কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতিনী তথা তেজপুৰৰ শৈক্ষিক, সাহিত্য, সামাজিক জগতৰ নেতৃস্থানীয় মহিলা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ  প্ৰাক্তন…

তিনিচুকীয়াৰ গুইজানত নৱনিৰ্মীত শ্বহীদ ভৱন উদ্বোধন কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান বজাৰত নৱনিৰ্মীত গুইজান শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱন উদ্বোধন কৰে৷ বিহু, ঝুমুৰ, মিছিং বিহুকে আদি…

তেজপুৰৰ এটিএমত পোষ্টাৰঃআদানীয়ে সকলো টকা লৈ গ’ল!

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৯ফেব্ৰুৱাৰীঃ “এটিএমত টকা নাই,আদানীয়ে সকলো টকা লৈ গ’ল”! আজি তেজপুৰৰ এটিএমত এনেদৰে কোনো অজ্ঞাতলোকে আঁৰি দিয়া পোষ্টাৰক কেন্দ্ৰকৰি ব্যাপক চৰ্চা চলিছে চহৰখনত৷উল্লেখযোগ্য যে,চহৰখনৰ আদালত চাৰিআলিত থকা ষ্টেটবেংকৰ এটিএমত…

শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটিৰ ওপৰত কেৰিয়াৰ কাউন্সিলিং সম্পন্ন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰ্থিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনি আৰু অহা শৈক্ষিক অনুষ্ঠান সমূহৰ ভিতৰত শেহতীয়াকৈ হোটেল মেনেজমেন্ট আৰু হস্পিতেলিটি বিভাগটোৱে সাম্প্ৰতিক…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিচা মুক্তি উপচাৰ সুবিধা (এ টি এ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ সামাজিক ন্যায় আৰু অধিকাৰীক মন্ত্ৰালয়ৰ মুখ্য বিষয় "নিচা মুক্ত ভাৰত" ৰ তত্বাৱধানত ভাৰ্চুৱেল মাধ্যমত সমগ্র দেশতে আজি ২৫ টাকৈ নিচা মুক্তি উপচাৰ সুবিধা (ATAF) কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। এই কেন্দ্ৰ স্থাপনৰ…