Browsing Category
ট্ৰেণ্ডিং
ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰীঃ ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কবিতাৰ গুঞ্জনেৰে দেওবাৰে মুখৰিত হৈ উঠে ডিগবৈ প্ৰেছ ক্লাবৰ বাকৰি ৷ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰা ’মাঘৰ এটি কবিতাৰ দিন’ শীৰ্ষক কবি সমাৰোহখন…
তেজপুৰত সদৌ অসম গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ অসমীয়া জনজীৱনৰ বা অসমীয়া জাতিৰ অন্যতম অংগ গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পুৱাৰ পৰা উল্লাস পূৰ্ণ পৰিৱেশৰ মাজেৰে আৰম্ভ হয় তেজপুৰ চহৰৰ নিকটৱৰ্তী শইকীয়া চুবুৰী…
তেজপুৰৰ গৰিমামণ্ডিত ত্ৰিমূৰ্তি উদ্যানত সোঁৱৰণি সাহিত্য-সাংস্কৃতিক বৰ্ষ ২০২৩ৰ সফল সমাপ্তি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ সাংস্কৃতিক নগৰি তেজপুৰত ২০১৫ তে গঢ় লৈ উঠা সাহিত্য সাংস্কৃতিক বৰ্ষ সোঁৱৰণিয়ে আজি উদযাপন কৰিলে সোঁৱৰণি বৰ্ষ ২০২৩। ৰাজ্যখনৰ ১২৩ গৰাকীকৈ খ্যাত অখ্যাত নবীন, প্ৰবীণ সাহিত্য-শিল্পী কলাকুশলী তথা বিভিন্ন…
তেজপুৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ “অন্তৰংগ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ যিকোনো পৰিৱেশত য'তে ত'তে যে নাটক কৰিব পাৰি সেইকথা কালি নিশা প্ৰতিপন্ন কৰি তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকক মুগ্ধ কৰি তুলিলে দীৰ্ঘদিন ধৰি ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক ধাৰা অব্যাহত ৰখা গুৱাহাটীৰ নাট্য আৰু…
তেজপুৰত অমৃতসৰোবৰ আঁচনিক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী এখন গোপচাৰত সম্প্ৰতি বালিপৰা উন্নয়নখণ্ডৰ অধীনত চৰকাৰৰ অমৃতসৰোবৰ আঁচনি ৰূপায়ণ কৰিবলৈ ওলোৱাকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইয়াক লৈ…
প্ৰাক্তন ছাত্ৰ নেতা-ক্ৰীড়া সংগঠক-বিশিষ্ট সমাজকৰ্মী-জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক খগেন গগৈৰ আকস্মিক…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২ ফ্ৰেব্ৰুৱাৰীঃ বলিষ্ঠ কন্ঠৰে আকাশ বতাহ কঁপাই তোলা লখিমপুৰ জিলাৰ সংগ্ৰামী সত্ত্বা জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক, অসম আন্দোলনৰ নেতা ,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী…
বাংলাদেশৰ “দক্ষিণ এছিয়া সাহিত্য-সংস্কৃতি বিষয়ক সন্মিলন – ২০২৩” ত তেজপুৰৰ কবি…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ লক্ষ্যৰে বাংলাদেশস্থিত সাপ্তাহিক ব্ৰজকথা আৰু এফসাকল বাংলা দেশে যোৱা ৬ ফেব্ৰুৱাৰীত আয়োজন কৰা "দক্ষিণ এছিয়া সাহিত্য-সাংস্কৃতি বিষয়ক সন্মিলন- ২০২৩" আন্তজাৰ্তিক…
ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা উপলক্ষে মানসী শৰ্মাৰ সুৰ আৰু কন্ঠৰ আকৰ্ষণীয় শ্ৰাব্য গীত উন্মোচন…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা মহোৎসৱ উপলক্ষে জামুগুৰি হাটৰ জীয়ৰী বিশ্বনাথৰ বোৱাৰী সু-কণ্ঠি গায়িকা মানসী শৰ্মাৰ সুৰ আৰু কণ্ঠত "আমাৰ বাৰচহৰীয়া" শীৰ্ষক এটি আকৰ্ষণীয়…
মৃত নে জীৱিতঃ লিডুৰ অবৈধ কয়লা খনিত পুনৰ সন্ধানহীন যুৱক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত অবৈধ কয়লা খনিত ২ জন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনাৰ দিনচেৰেক পাছতে পুনৰ অবৈধ কয়লা খননত নিয়োজিত তিনিচুকীয়াৰ এজন প্ৰায়…
নিশা ১০ বজাঃ চলন্ত ৰেলত ডাঙৰকৈ কথা পতা- গান শুনাত বাধা আৰোপ
শতাব্দ ডিজিটেল ডেক্স, ১১ ফেব্ৰুৱাৰীঃ ভাৰতত ৰেল সেৱাৰ ব্যাপক ব্যৱহাৰ হয়। দূৰৈৰ ঠাইলৈ যাবলৈ যথেষ্ট খৰচত আৰু কম সময়ত এক্সপ্ৰেছ ৰেলযোগে যাব পাৰি। সকলো শ্ৰেণীৰ লোকে এই ৰেল সেৱা আৰামত ব্যৱহাৰ কৰিব পাৰে। ভাৰতীয় ৰেলৱেই এই ৰেল সেৱাৰ উন্নতিৰ…
