Browsing Category
ট্ৰেণ্ডিং
পূৱ তেলাহীত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগানত ঠিকাদাৰৰ হেমাহী
এজেণ্টে এতিয়াও কৰ্তন কৰে হিতাধিকাৰীৰ চাউল
বুঢ়া চাপৰিৰ প্ৰথম দিনা উচ্ছেদত ৬৯১ টা ঘৰ উচ্ছেদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ ৰাজহ চক্ৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান। আজি চলা এই উচ্ছেদ অভিযানত…
দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত পুনৰ গঠন তিনিচুকীয়া পৌৰসভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত আজি ৪৮ দিনৰ মূৰত পুনৰ গঠন হ’ল তিনিচুকীয়া পৌৰসভা ৷ উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে লৈ গঠিত হৈছিল…
আলি-আয়ে-লৃগাংঃ ১৫ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাত স্থানীয় বন্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে লখিমপুৰ জিলা দণ্ডাধীশে ১৫ ফেব্ৰুৱাৰীৰ দিনা জিলাখনত স্হানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ এই সম্পৰ্কত জাৰী কৰা নিৰ্দেশ অনুযায়ী উক্ত দিনটোত আলি-আয়ে-লৃগাং…
চিলাপথাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা
ধেমাজি, ১৪ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা চিলাপথাৰৰ চায়েন্স কলেজৰ সহযোগত আজি মহাবিদ্যালয়খনত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হয়। চায়েন্স কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ Mushroom culture unit IQAC আৰু…
আজি বুঢ়াচাপৰিত চলিব উচ্ছেদ অভিযান
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজন হিচাপে ৪৪.০৬বৰ্গ কিলোমিটাৰ সামৰি আজি চূড়ান্ত নটিফিকেচন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ৰাজ্যচৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ সচিবে জাৰি কৰিছে এই…
পুডুচেৰিত অসমৰ শোণিতপুৰৰ মহিলা দললৈ শ্ৰেষ্ঠ দলৰ সন্মান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ ফেব্ৰুৱাৰীঃ কালি সমাপ্ত হোৱা ৩৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ তেজপুৰৰ গৰৈমাৰীত অৱস্থিত এছ এছ বি দল টিয়ে সোণ-ৰূপ আৰু ব্ৰঞ্জৰ কেবাটাও পদকেৰে শোণিতপুৰৰ লগতে অসমলৈ…
আন্তঃজিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলা দলৰ চেম্পিয়নৰ খিতাপ অৰ্জন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ ফেব্ৰুৱাৰীঃ কামৰূপ টাগ অফ ৱাৰ সন্থাৰ উদ্যগত আৰু অসম টাগ অফ ৱাৰ সন্থাৰ তত্বাৱধানত কামৰূপৰ মিৰ্জাত যোৱা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা "১১সংখ্যক সদৌ অসম আন্তঃ জিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা২০২২-২০২৩"ত শোণিতপুৰ…
লখিমপুৰত একেদিনাই এখন ফাৰ্মত সোতৰ হাজাৰ কণী উৎপাদন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ চিয়াজুলীৰ বোকানলাত ২০১৯ বৰ্ষত কণী উৎপাদনৰ বাবে স্থাপন কৰা ‘মহাবলী লেয়াৰ প'ল্ট্ৰী ফাৰ্ম’খনে এতিয়া দৈনিক ১৭ হাজাৰকৈ কণী উৎপাদন কৰিছে যদিও সেইমতে উপযুক্ত মূল্য…
স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰীক্ষাকেন্দ্ৰত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ উক্ত পৰীক্ষাত লখিমপুৰৰ এটা কেন্দ্ৰৰ পৰা এখন প্ৰশ্নকাকত…
