Browsing Category
ট্ৰেণ্ডিং
লিডুৰ অবৈধ কয়লা খনিত ইজনৰ পাছত সিজন শ্ৰমিকৰ কৰুণ মৃত্যু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ যোৱা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজন এমাহৰো অধিক কাল সন্ধানহীন হৈ থকাৰ বিষয়ে ১২…
লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ আলি আঃয়ে লৃগাং উদযাপন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ হিয়াৰ আমঠু আলি আঃয়ে লৃগাঙৰ সোণালী জয়ন্তী বৰ্ষ আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উদযাপন সমিতিয়ে…
তেজপুৰত পথদুৰ্ঘটনাঃ নিহত ঢকুৱাখনাৰ যুৱক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ আজি কাহিলি পুৱাতে তেজপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন যুৱক নিহত হৈছে৷ আৰক্ষীসূত্ৰই প্ৰকাশ কৰা অনুসৰি, লখিমপুৰৰ ঢকুৱাখনা নিবাসী শিক্ষক তথা নাৰ্ছাৰীৰ ব্যৱসায়ৰ স’তে জড়িত ধীৰু…
বৰপেটাত তেজপুৰ ইউনাইটেড আৰ্টিষ্টৰ “মুৰৰ সন্ধানত” সফল মঞ্চায়ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ "মুখা" বৰপেটাৰ ৰূপালী জয়ন্তীবৰ্ষ উপলক্ষে বৰপেটা জিলা পুথিভঁৰালত ১২ ফেব্ৰুৱাৰীত মঞ্চস্থ "মুৰৰ সন্ধান"ত নাটকত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক খ্যাতিৰে ৰাইজৰ মাজত পৰিচিত বৰ্ষীয়ান…
স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ নৱেম্বৰঃ অৱশেষত ৰঙাঘৰৰ ভাত খাব লগা হ'ল স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল কৰা মৰিগাঁওৰ দুই দম্পতীয়ে। লখিমপুৰ আৰক্ষী অধীক্ষকে আজি এই কথা সংবাদ মেল যোগে অৱগত কৰে। যোৱা ১২ ফেব্ৰুৱাৰীত…
তেজপুৰৰ বুঢ়া ডাঙৰীয়া থানৰ পালনামত ভক্তিপ্ৰাণৰ লানি নিছিগা সোঁত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী গটঙা পাঠকৰ চুবুৰীত অৱস্থিত অতি মাহাত্ম্যৰে পূৰ্ণ কেন্দুগুৰি আঞ্চলিক বুঢ়া ডাঙৰীয়া থানৰ বাৰ্ষিক পালনামৰ আজিৰ পৱিত্ৰ দিনটোত পুৱাৰ পৰা অগণন ভক্তিপ্ৰাণ ৰাইজৰ ভীৰ পৰিলক্ষিত হয়। হাতে…
তেজপুৰ কন্যা মহাবিদ্যালয়ত ‘অচিন গ্ৰন্থৰ সহচৰ্য’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টিৰ মানসেৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত আজি 'অচিন গ্ৰন্থৰ সহচৰ্য ' ব্লাইণ্ড ডেট উইথ বুক' শীৰ্ষক এক…
“কড়োৱা চচ” অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাত মঞ্চস্থ হব
শতাব্দ, লক্ষীমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাৰ ৰবীন্দ্ৰ নাট্য সংস্থা, খাটুৱা চিত্ৰপট নাট্য গোষ্ঠী আৰু খাটুৱা…
দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ খানটুৰা চিত্ৰপট নাট্য গোষ্ঠীয়ে এই বছৰৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ ঘোষণা…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন বিষয়ক আলোচনা
উত্তৰ লখিমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন উদ্যোগত আজি নিয়োগৰ সম্ভাৱনাৰ ওপৰত এক দিনজোৰা আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ যুৱ টুৰিজিম ক্লাৱৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰৰ চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ সহযোগত এই…
