Browsing Category
ট্ৰেণ্ডিং
৮৩’ত নিধন কৰা হৈছিল বুঢ়া চাপৰিৰ ৩৩টা গঁড়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ ১৮৯২হেক্টৰ বনভূমি আৰু মুঠ ২৫১৩টা বেদখলকাৰী হিচাপে অভিযুক্ত পৰিয়ালৰ প্ৰায় ১১হেজাৰ ছয়শ ১০জন বেদখলকাৰীক উচ্ছেদ কৰাৰ লক্ষ্যৰে দুদিন পূৰ্বে আৰম্ভ হোৱা বৃহৎ উচ্ছেদ…
বুঢ়া চাপৰিত উচ্ছেদৰ প্ৰতিবাদঃ গুলিয়াই মৰাৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ তেজপুৰ ৰাজহচক্ৰ অধীনস্থ তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্ভুক্ত বুঢ়াচাপৰি বনাঞ্চলত আজি তৃতীয় দিনলৈ উচ্ছেদ অভিযান চলে । যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ…
তেজপুৰত টিউটৰ, শিক্ষকৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা টিউটৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু জিলা প্ৰদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী সকলে আজি তেজপুৰত দুঘণ্টা অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখযোগ্য যে,সদৌ অসম…
তেজপুৰত ব্ৰহ্মপুত্ৰত জাঁপ দিয়া নাৰায়ণপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত ভোমোৰাগুৰিত নিৰ্মিত দ্বিতীয়খন দলঙৰ পৰা যোৱা ১১ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত নিহাল কাকতি নামৰ যুৱকজনে ব্ৰহ্মপুত্ৰত ৰহস্যজনক ভাবে জাঁপ দিয়াৰ পাছত…
আশা কৰ্মীৰ প্ৰতিবাদত লখিমপুৰৰ ৰাজপথ উত্তাল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী: বিগত ১৫ টা বছৰে কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য মিছনটোৰ বুনিয়াদ হিচাপে আশাকৰ্মীসকলে ত্যাগ-নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত অসমত আজি গর্ভৱর্তী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাৰ লগতে…
পাটনাত চিপিআই (এম-এল)ৰ ১১ সংখ্যক মহাধিবেশন উপলক্ষে গণতন্ত্ৰ বচাওক বিশাল সমাবেশ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ পাটনাত অনুষ্ঠিত হোৱা চিপিআই (এম-এল)ৰ ১১ সংখ্যক মহাধিবেশন উপলক্ষে আজি প্ৰথম দিনা বিহাৰৰ পাটনাৰ গান্ধী ময়দানত " গণতন্ত্ৰ বচাওক, দেশ বচাওক" আহবানেৰে বিশাল সমাবেশ অনুষ্ঠিত হয়।এই সমাৱেশত ৫০ সহস্ৰাধিক…
বুঢ়া চাপৰিত দ্বিতীয় দিনা ৯০২হেক্টৰ বনভূমি বেদখলমুক্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি পুৱাৰে পৰা চলা দ্বিতীয় দিনৰ উচ্ছেদ অভিযানো শান্তিপূৰ্ণ ভাবে সমাপ্তি ঘটিছে৷ কালিৰ তিনিটা স্হান লংকে টাপু, কমলাগড় আৰু বেটনিৰ পাছত আজি অভয়াৰণ্যখনৰ পাঁচটা…
তেজপুৰ খনামুখত আলি আয়ে লৃগাং
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৫ ফেব্ৰুৱাৰীঃ তেজপুৰৰ খনামুখৰ কেঁকুকলি মিচিং গাওঁত সামুহিক ভাবে মিচিং জনগোষ্ঠীৰ আলি আ:য়ে লৃগাং উদযাপন। আলি আয়ে লৃগাং হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ ।প্ৰত্যেক বছৰেই ফাগুন মাহৰ…
ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়াত পদক লাভ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ ভূৱনেশ্বৰৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰৰ মামু বায়নে হেমাৰ থ্ৰ’ত ৰূপৰ আৰু ত্ৰিপোল জাঁপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷এই সাফল্যৰে প্ৰবীন খেলুৱৈগৰাকী…
