Browsing Category

ট্ৰেণ্ডিং

বিহালী সংৰক্ষিত বনাঞ্চলত  অৰুণাচলী লোকৰ পুনৰ আগ্ৰাসন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ ফেব্ৰুৱাৰীঃ হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ বন বিভাগৰ ফৰেষ্ট প্ৰটেকচন কেম্পত এদল অৰুণাচলী প্ৰৱেশ কৰি বনৰক্ষী জোৱানক ভাবুকি একাংশ অৰুণাচলী লোকৰ। উল্লেখযোগ্য যে  কিছু দিন পূৰ্বে অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ…

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত কেক কাটি দেৱাদিদেৱ শিৱৰ জন্মদিন পালন ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ফেব্ৰুৱাৰীঃ দেশৰ লগতে ৰাজ্যৰ লাখ লাখ শিৱভক্তই শিৱৰাত্ৰি উপলক্ষে সভক্তিৰে মহেশ্বৰৰ পূজা অৰ্চনা কৰাৰ সময়ত তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত স্হানীয় কেতেকীবাৰীস্হিত ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ব বিদ্যালয়ৰ…

নাৰী মুক্তি আৰু নাৰী সৱলীকৰণৰ তেজপুৰৰ অন্যতম গান্ধীবাদী নেত্ৰী হেমলতা বৰুৱাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ তেজপুৰৰ নাৰী .সৱলীকৰণৰ অন্যতম গান্ধীবাদী নেত্ৰী, তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা, সভানেত্ৰী, উপদেষ্টা, এসময়ৰ কৃতী শিক্ষয়িত্ৰী তেজপুৰ চহৰৰ ডালিম বৰা পথৰ নিউ…

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য জিতেন্দ্ৰ কুমাৰ বৈশ্যক…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ সমাজৰ উত্তৰণ আৰু বিকাশৰ বাবে নিজৰ বৃত্তিৰ মাজতো কিছুমান ব্যক্তিয়ে কোনোধৰণৰ প্ৰচাৰ বা জনপ্ৰিয়তাৰ কথা নেভাবি নিৰৱেই গোটেই জীৱন কাম কৰি যায়। বৈষয়িক জীৱন-যাপনৰ নিজৰ কৰণীয়খিনিৰ মাজতো উত্তৰ পুৰুষৰ কল্যাণ…

শাস্ত্ৰীয়-সত্ৰীয়া নৃত্যত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল সাৰণ্যা মহন্ত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ফেব্ৰুৱাৰীঃ সুদূৰ মালয়েছিয়াত যোৱা ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু লোক নৃত্যৰ এক আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "নৃত্যশালা" ৰ শিক্ষাৰ্থী তথা তেজপুৰৰ…

শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ স্মৃতিচাৰণ অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ শনিবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত উদযাপিত হয় শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান। ২০১০ চনৰ ১৮ ফেব্ৰুৱাৰীত বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাৰ্তাজীৱী সংঘৰ এক…

শিক্ষাৰ সাৰথিৰ দ্বাৰা গৰম চোলা বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰা আৰ্থিক ভাৱে অতি দুৰ্বল তথা পিতৃ-মাতৃহীন ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ গৰম কাপোৰ বিতৰণ কৰা কাৰ্য্যসূচী সফল ভাবে সমাপ্ত কৰা হয়। সামাজিক মাধ্যমক একমাত্ৰ আহিলা হিচাপে লৈ সৃষ্টি কৰা…

উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত প্ৰতিৱেশী যুৱ সংসদ কাৰ্যসূচী

উত্তৰ লখিমপুৰ,১৮ফেব্ৰুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ. গোট আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক…

লখিমপুৰৰ কৃষি বি‍জ্ঞান কেন্দ্ৰত কৃষক সমাৰোহ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ,  ১৭ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বি‍জ্ঞান কেন্দ্ৰৰ উদ্যোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ লখিমপুৰৰ সহযোগত ১৭ ফেব্ৰুৱাৰীত শতাধিক কৃষকৰ অংশগ্ৰহণেৰে প্ৰাকৃতিক কৃষি বিষয়ক এখনি কৃষক…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৮ ফেব্ৰুৱাৰীঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে নৱ নিযুক্ত অধীক্ষক, উপ-অধীক্ষক আদিৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষ৷ এই কথা সদৰি কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ…