Browsing Category
ট্ৰেণ্ডিং
নাৰায়ণপুৰৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈলৈ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২৩ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ অগ্ৰগণ্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সামাজিক অনুষ্ঠান অসম জ্ঞান ৰত্ন সমন্বয় গোষ্ঠীৰ চলিত বৰ্ষৰ 'অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা'ৰ বাবে মনোনীত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অনুবৈছা গাৱৰ বিশিষ্ট…
তিনিচুকীয়াৰ পৰিত্যক্ত বাছত উদ্ধাৰ অচিনাক্ত মৃতদেহ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ নপুখুৰীস্থিত বাছ আস্থানত আজি এক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে এখন পৰিত্যক্ত অৱস্থাত থকা বাছৰ পৰা অৰ্ধগলিত মৃতদেহটো…
অৰুণাচলত মাৰণাস্ত্ৰসহ ধৃত ২ ইএনএনজি বিদ্ৰোহী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত স্থানীয় আৰক্ষী আৰু আছাম ৰাইফলছৰ দলে চলোৱা এক যৌথ অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ…
গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত গাড়ী তিনিচুকীয়া আৰক্ষীৰ জিম্মাত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত অভিশপ্ত গাড়ীখন সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে ৷ উল্লেখ্য, প্ৰায় সাত মাহ পূৰ্বে গুৱাহাটীৰ বন্দনা কলিতা নামৰ এগৰাকী যুৱতীয়ে…
জ্যোতি ভাৰতীত কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী সম্পন্ন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১ফেব্ৰুৱাৰীঃ তেজপুৰৰ ঐতিহ্য মণ্ডিত 'জ্যোতি ভাৰতী' অৰ্থাৎ পকীত শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত কালি অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ লগতে কবিতা পাঠৰ অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।কেবা গৰিকী…
লখিমপুৰৰ শ্ৰমিকৰ অৰুণাচলত মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত কালি পুৱাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰৰ এজন শ্ৰমিকৰ অৰুণাচলত মৃত্যুক কেন্দ্র কৰি একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰৰ হাতীলুং…
এল টি কে কলেজলৈ নাকৰ ‘B++’ গ্ৰেড প্ৰদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ লখিমপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান এল.টি.কে. কলেজে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC) ৰ ‘B++’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অন্ধপ্ৰদেশৰ ড॰ আব্দুল হক উৰ্দু বিশ্ববিদ্যালয়, কুনূৰ্লৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন
উত্তৰ লখিমপুৰ, ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় আৰু ইয়াৰ অধ্যক্ষতা কৰে…
লখিমপুৰত উন্মোচন হল “জীৱনৰ সোণোৱালী পথৰ সন্ধানত”
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি, অৱসৰী শিক্ষক, অধিবক্তা মোহিনী মোহন গোহাঁই বৰুৱাৰ এখন মননশীল গ্ৰন্থ "জীৱনৰ সোণোৱালী পথৰ সন্ধানত" আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন…
অসমৰ ভূমি হিমন্ত চৰকাৰে অৰুণাচল আৰু একাংশ পুজিপতিক গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চি পি আই (এম…
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ ফেব্ৰুৱাৰীঃ অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী গোট গঠন কৰি আলোচনা বিলোচনা চলাই থকাৰ সময়তে অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ…
