Browsing Category

ট্ৰেণ্ডিং

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিব এ আই ইউ ডি এফ দলে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফ দলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত আজি সংবাদমেল সম্বোধন কৰি দলটোৰ নেতৃত্বই এই কথা…

এটা ফুটবলেই জিকালে মৃত্যুৰ বিৰুদ্ধে যুঁজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ এঘণ্টা দুঘণ্টা নহয় ১৮ ঘন্টা যমৰ লগত যুদ্ধ কৰি জয়ী হ'ল তেওঁ। তেওঁ হৈছে ইউৰোপৰ উত্তৰ মেচিডোনিয়াৰ ইভান। লগৰীয়া আছিল মাত্ৰ এটা ফুটবল। ধুমুহাময় সাগৰত খেৰ-কূটাৰ দৰে সেই ফুটবলটোকে আঁকোৱালি লৈ তেওঁ…

জাপানীজ এনকেফেলাইটিছ : এপ্ৰিলৰ পৰা অসমত ২৩ জনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ জাপানীজ এনকেফেলাইটিছে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অসমত ২৩ জন লোকৰ প্ৰাণ কাঢ়িছে বুলি জানিব পৰা গৈছে। ভাইৰাছজনিত মগজুৰ সংক্ৰমণ হিচাপে পৰিগণিত হোৱা মহজনিত ৰোগ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে ৰাজ্যখনত হঠাৎ জটিল…

জেমছ ৱেব টেলিস্কোপে ভৱিষ্যতে মানুহক আৰু কি কি দিব পাৰে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ জেমছ ৱেব টেলিস্কোপে সৃষ্টিৰ প্ৰাৰম্ভিক দিনৰ ফটো সংগ্ৰহ কৰিছে। পৃথিৱীৰ মানুহ আচৰিত, মুগ্ধ, স্তম্ভিত। সৃষ্টিৰ ৰহস্যময় সৌন্দৰ্যত মুগ্ধ হৈ পৰিছে পৃথিৱীৰ সাধাৰণ মানুহৰ পৰা বিজ্ঞানীলৈ। কিন্তু জেমছ ৱেব…

পেট্ৰল-ডিজেলত লাগি থাকোতেই কেৰাচিনৰ চেঞ্চুৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ কেৰাচিন তেলে শতক কোবাব বুলি আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। আৰু তাকেই সত্য প্ৰমাণ কৰিলে ১৬ জুলাইত। দুখীয়াৰ ইন্ধন হৈছে কেৰাচিন তেল। এই মাহত কেৰাচিন তেলৰ ‘ইছ্যু মূল্য’ প্ৰতি লিটাৰত ১৩ টকা বৃদ্ধি কৰিছে চৰকাৰী…

ভাৰতত শীঘ্ৰেই হ’ব ই-হাইৱে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু বিত্তীয় ৰাজধানী মুম্বাইৰ মাজত বৈদ্যুতিক ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ট্ৰলীবাছ আৰু গধুৰ বাহনৰ মালিকসকলে ই-ঘাইপথত ট্ৰলী ট্ৰাক চলাব…

ৰাজ্যপালৰ পৰা উপ-ৰাষ্ট্ৰপতিলৈ জগদীপ ধনখৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ অহা ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ১৬ জুলাইত দিল্লীত পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে বিজেপি প্ৰধান জে পি নাড্ডাই। তেওঁ কয় যে…

পেট্ৰ’ল-ডিজেলৰ সলনি খোৱা তেলেৰে চলে গাড়ী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ ইন্ধনৰ বৰ্ধিত ব্যয়ে সাধাৰণ মানুহৰ টোপনি হৰিছে। ইফালে বাংগালুৰুৰ এজন যুৱকে বিগত ৯ বছৰ ধৰি জৈৱ ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি গাড়ী চলাই নজিৰ সৃষ্টি কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। পেট্ৰ’ল-ডিজেলত নহয়, ব্যৱহৃত…

ভ্ৰমণপ্ৰত্যাশীৰ বাবে বেয়া খবৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত উত্তৰাখণ্ডৰ বিশাল অঞ্চল। ভাৰতৰ পৰ্যটন মানচিত্ৰত এই ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। কিন্তু এইবাৰ বাৰিষাই পৰ্যটকৰ বাবে কঢ়িয়াই আনিলে বেয়া খবৰ। কাৰণ বছৰৰ এই…

শ্ৰীলংকাৰ পিছত পাকিস্তান, আৰ্জেণ্টিনা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ দেশৰ অৰ্থনীতি ভাঙিলে ঠিক কি হয়, সেয়া শ্ৰীলংকালৈ চালেই বুজিব পাৰি। খাদ্য নাই, তেল নাই— ছিন্নভিন্ন হৈ পৰা ৰাজনৈতিক গাঁথনিয়ে বিশ্বৰ বাবে শিকনীয় হিচাপে শ্ৰীলংকাক চৰ্চালৈ আনিছে। শ্ৰীলংকাৰ লগতে এতিয়া…