Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত একেঘৰতে তিনিদিনত তিনিবাৰ ছুৰি
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী পৰ্বতীয়া,বেছেৰীয়া আদিকে ধৰি বিভিন্ন অঞ্চলত চোৰে উপদ্ৰৱ অব্যাহত ৰখাৰ সময়তে ডেউৰী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত যোৱা তিনিটা দিনৰ ভিতৰতে তিনিবাৰকৈ চুৰী কাণ্ড সংঘটিত…
তেজপুৰত ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ তেজপুৰ তথা ৰাজ্যৰ লৌহক্ৰীড়াৰ ক্ষেত্ৰত ঐকান্তিক প্ৰচেষ্টাৰে যথেষ্ট অৱদান আগবঢ়াবলৈ সক্ষম হোৱা তেজপুৰ নপামৰ এছ এম বি ব্যামাগাৰে আজি এক ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত কৰে। আজি পুৱা ছয় বজাৰ পৰাই পৰমাইঘূলি…
তেজপুৰ কলা-বীথিকাৰ কৰ্মশালা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ কলা-বীথিকা, অসমীয়া ক্লাবৰ উদ্যোগত অহা ১৮ জুলাইৰ পৰা ২৩ জুলাইলৈ শোণিতপুৰ জিলাৰ উদীয়মান চিত্ৰশিল্পীসকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত হ'ব। ক্লাবটোৰ বালি ৰাম লহকৰ সভাঘৰত ছদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই…
মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ অসম কলেজ অধ্যক্ষ পৰিষদৰ ছয় লাখ ৫০ হেজাৰ টকাৰ অনুদান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ অসম কলেজ অধ্যক্ষ পৰিষদে বৰ্তমান ৰাজ্যখনৰ বান বিধ্বস্ত পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ ছয় লাখ ৫০ হেজাৰ টকা আগবঢ়াইছে।ৰাজ্যখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলে আগবঢ়োৱা এই…
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি” স্কৰ্পিঅ” -এন
শতাব্দ, লখিমপুৰ ১৬ জুলাইঃ ভাৰতৰ এছ ইউ ভি ছেগমেণ্টৰ পথ প্ৰদৰ্শক মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে আজি মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি 'স্কৰ্পিঅ"- এন বিলাসী বাহনখন। বিশ্বনাথ অশোক অটো এল এল পি,উদ্যোগত ১১.৯৯ লাখ টকাৰ পৰা আৰম্ভ কৰি নিজৰ বহু…
কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ বিজেপিত যোগদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৬ জুলাইঃ গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা। সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। আজি বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কটন…
যদি ল’ৰা-ছোৱালী পুৱা ৭ বজাত স্কুললৈ যাব পাৰে…’, উচ্চতম ন্যায়ালয় সন্দৰ্ভত…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : সাধাৰণতে পুৱা ১০:৩০ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাম আৰম্ভ হয়। কিন্তু সেই পৰম্পৰা ভংগ কৰি ১৫ জুলাই শুকুৰবাৰে পুৱা ৯:৩০ বজাত ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ সুধাংশু…
চন্দ্ৰ আৰু মঙললৈ চলিব বুলেট ট্ৰেইন!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : এইবাৰ জাপানে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছে। জানিব পৰা মতে এইখন দেশে পৃথিৱীৰ পৰা বুলেট ট্ৰেইন চলাই চন্দ্ৰলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে। কেৱল সেয়াই নহয়, যদিহে চন্দ্ৰলৈ পঠোৱা এই…
দেশত বিশ্বৰ আটাইতকৈ বিৰল ৰক্তগোটৰ নমুনা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : মানৱ শৰীৰত A, B, AB, Oকে ধৰি মুঠ ৪২টা ভিন্ন প্ৰকাৰৰ তেজৰ গ্ৰুপ আছে যদিও সাধাৰণতে উল্লিখিত চাৰিটা তেজৰ গোটৰ কথাহে বিবেচনা কৰা হয়। বাকীবোৰ বিৰল বুলি তালিকাভুক্ত কৰা হৈছে। কাৰণ অভিযোজনৰ ফলত তেজত ৩৭৫টা…
গাৰ্ডেনৰিচত নিৰ্মিত নৌসেনাৰ ‘মেঘনাদ’ মুকলি হ’ল হুগলীৰ জলসীমাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কলকাতাই ভাৰতীয় নৌসেনাক ‘মেঘনাদ’ দান কৰিলে। মধুকাবীৰৰ 'গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ'ৰ নিৰ্মিতি এই 'মেঘনাদ'। বাঙালী কবি মাইকেল মধুসুদন দত্তই ৰাৱণপুত্ৰ তথা সেনাপতি ইন্দ্ৰজিতৰ বিষয়ে ‘মেঘনাদ বধ’ কবিতাত লিখিছিল।…
