Browsing Category
ট্ৰেণ্ডিং
বিল গেটছক পিছ পেলাই বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি গৌতম আদানী! পিছুৱালে আম্বানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : আকৌ বিশ্বৰ ধনী লোকৰ তালিকাত এক বৃহৎ পৰিৱৰ্তন হৈছে। আৰু সেই পৰিৱৰ্তন কৰিছে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে। ফৰ্বছ বিলিয়নাৰছ ইনডেক্সৰ মতে, বৰ্তমান মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছক পিছ পেলাই গৌতম…
ডিজিটেল মিডিয়াৰ ওপৰত কেন্দ্ৰৰ চকুঃ অচিৰেই আনিব আইন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰে এইবাৰ ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি, আগন্তুক সংসদৰ অধিবেশনত আইন সংশোধন কৰি বিধেয়কখন দাখিল কৰা হ’ব। এই আইন উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা ৰখা হৈছে।…
ভাৰতে ৰাছিয়াৰ পৰা S-400 ক্ৰয়ত নিষেধাজ্ঞা নাই সিদ্ধান্ত আমেৰিকাৰ কংগ্ৰেছত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : ৰাছিয়াৰ পৰা এছ-৪০০ ট্ৰাইমফ এণ্টি মিছাইল চিষ্টেম ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়াস কৰিছিল আমেৰিকাৰ প্ৰাক্তন ড’নাল্ড ট্ৰাম্প প্ৰশাসনে। ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনত এই পদক্ষেপ কাৰ্যতঃ…
চিনেমা চাবলৈ বহিলে পপকৰ্ণ খায় নেকি?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : চিনেমা চাবলৈ শ্বপিং মললৈ গ’লে পপকৰ্ণ খাবই লাগিব বুলি ভাবে নেকি?এই পপকৰ্ণে উপকাৰৰ সলনি আমাৰ ক্ষতি কৰে বুলি জানেনে? পপকৰ্ণ অতি উপযোগী যদিও মাল্টিপ্লেক্সত পোৱা সোৱাদযুক্ত, টেঙা, চীজযুক্ত, মাখন মিহলি পপকৰ্ণ…
আলফাৰে সম্পৰ্ক তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিলে শদিয়াৰ যুৱকক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ জুলাইঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰ মাজগাঁৱত বিগত ১ জুলাইত সেনা, আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত দুধৰ্ষ আলফা(স্বা) কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া…
এগুণত দুগুণ লাভৰ প্ৰলোভন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫জুলাইঃ কম মূল্যতে সোণ বিক্ৰীৰ প্ৰলোভনৰে ৰাজ্যৰ তথা বহিৰাজ্যৰ বহুলোককে প্ৰৱঞ্চনা কৰাৰ দৰেই শেহতীয়াকৈ জমা দিয়া ধন এমাহতে দুগুণ কৰি দিয়াৰ প্ৰলোভনৰে নগালেণ্ডৰ দুই যুৱক যুৱতীক ফাণ্ডত পেলাই নলাখ টকা হজম কৰা দুই…
তেজপুৰত প্ৰথমবাৰৰ বাবে “আঁত ধৰা (এংকৰিং)” কৰ্মশালাৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৫ জুলাইঃ তেজপুৰৰ লগতে জিলাখনৰ আৰু ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সভা - সমিতি, বিভিন্ন শৈক্ষিক-বৌদ্ধিক আৰু বিদ্যায়তনিক তথা সাংস্কৃতিক অনুষ্ঠান, বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাৰ উপৰি কুইজ…
শোণিতপুৰত ক’ভিড বুষ্টাৰ টীকা প্ৰদান
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫জুলাইঃ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা ৭৫ দিনৰ ভিতৰত ১৮-৫৯বছৰ বয়সৰ লোকক কভিড-১৯ৰ তৃতীয়টো অৰ্থাৎ বুষ্টাৰ টিকা প্ৰদানৰ সূচী আজি শোণিতপুৰতো শুভাৰম্ভ কৰিছে। আজি পুৱা তেজপুৰ…
দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাইঃ ভাৰতৰ শীৰ্ষ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ৰেংকিঙৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এনআইআৰএফ) আজি ১৫ জুলাইত মুকলি কৰা হৈছে। এন আই আৰ এফ ইণ্ডিয়া ৰেংকিং ২০২২ দহটা শিতানৰ বাবে…
