Browsing Category

ট্ৰেণ্ডিং

২১ জুলাইত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৌখিক পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ২১ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা। মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে…

৩৬০০ কি:মি: অতিক্ৰমি ইৰাণত ৰাছিয়াৰ ৰে’লঃ লক্ষ্য ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : অৱশেষত প্ৰথমবাৰৰ বাবে বহু প্ৰত্যাশিত আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (INSTC) ব্যৱহাৰ কৰি মিত্ৰ দেশ ভাৰতৰ বাবে সামগ্ৰী কঢ়িওৱা এখন ৰাছিয়াৰ ৰে’ল ইৰাণত উপস্থিত হয়। জানিব পৰা মতে, সেই সময়ত ৰে’লখনে…

আজিৰে পৰা ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ অমৃত মহোৎসৱ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ল ক'ভিড-১৯ ভেকছিনৰ অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজাৰাৰ খণ্ড প্ৰাথমিক…

বজাৰলৈ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰ’না ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বত কভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এইবাৰ সেই আদৰ পুনাৱালাৰ কোম্পানী ছেৰামে বজাৰলৈ আনিছে মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ…

মহাকাশত হৃদস্পন্দন! আছে নেকি কোনোবা দূৰ-সুদূৰত?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পৃথিৱীৰ বাহিৰত ক’ৰবাত জীৱন আছে নে নাই, বা জীৱনৰ কোনো ইংগিত আছে নে নাই, এই লৈ বিজ্ঞানীসকল অতি কৌতুহলী। কৰি আহিছে বহু গৱেষণা। সেয়ে এই গ্ৰহৰ বাহিৰত এনে কোনো সংকেত পালে তেওঁলোক উত্তেজিত হৈ পৰে। এনে উত্তেজনা…

পেগাছাছৰ পিছত ড্ৰ’নেৰে সীমান্তত চোৱাচিতা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : ইজৰাইলে পুনৰ নিজৰ বন্ধু ভাৰতক সহায় কৰিবলৈ ওলাইছে। ইজৰাইল চৰকাৰৰ অধীনৰ এটা কোম্পানীয়ে পাকিস্তান সীমান্ত নিৰীক্ষণৰ বাবে ৬৭ খন ড্ৰ’ন প্ৰেৰণ কৰিব। খবৰ অনুসৰি এই ড্ৰ’নবোৰ হেলিকপ্টাৰৰ দৰে দেখা যাব। এই…

এবছৰত অসমত মানৱ সৰবৰাহৰ ১৬১ টা গোচৰ পঞ্জীয়ন, ১২৩ টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুলাইঃ অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। মহিলা আৰু শিশু…

বিদেশত পুনৰ ভাঙিলে গান্ধীৰ প্ৰতিমূৰ্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : আকৌ এবাৰ বিদেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে। অষ্ট্ৰেলিয়াৰ পিছত এইবাৰ কানাডা। কানাডাৰ ৰিচমণ্ড হিলত সংঘটিত হৈছে এই ঘটনা। কানাডাত থকা ভাৰতীয় দূতাবাসে এই খবৰটো টুইট কৰে।…

অসমৰ বান : এতিয়াও ক্ষতিগ্ৰস্ত ২.৫ লাখৰো অধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৩ জুলাই পৰ্যন্ত অসমৰ বান পৰিস্থিতি যথেষ্ট উন্নতি ঘটিলেও এই দুৰ্যোগৰ ফলত এতিয়াও ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ১৩ জুলাই…

এছ বি আইৰ বাহিৰে ব্যক্তিগত খণ্ডলৈ যাব বহুকেইটা ৰাজহুৱা খণ্ডৰ বেংক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ব্যক্তিগত বেংকসমূহ চৰকাৰী বেংক (পিএছবি)ৰ এক বিশ্বাসযোগ্য বিকল্প হৈ পৰিছে। গতিকে চৰকাৰে ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ বাহিৰে সকলো চৰকাৰী বেংকৰ ব্যক্তিগতকৰণৰ পথত খোজ আগবঢ়াব লাগে। নেচনেল কাউন্সিল অৱ এপ্লাইড…