Browsing Category

ট্ৰেণ্ডিং

১৮ বছৰৰ ওপৰৰ সকলোলৈকে বিনামূলীয়া বুষ্টাৰ ড’জ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৫ জুলাই, অৰ্থাৎ কাইলৈৰ পৰা সকলো চৰকাৰী প্ৰতিষেধক কেন্দ্ৰত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুষ্টাৰ ড’জ। এতিয়ালৈকে চৰকাৰী প্ৰতিষেধক কেন্দ্ৰসমূহত মাত্ৰ ৬০ বছৰীয়া লোক, কোভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মীসকলেহে…

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিচ্ছবিলৈ তিনিজন ভাৰতীয়ৰ অৰিহণা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে লৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গভীৰ ফটো। নাছাই তাৰেই কেইখনমান ফটো প্ৰকাশ কৰে। লগতে কোৱা হৈছে যে, এই চিত্ৰগ্ৰহণত ভাৰতীয় মূলৰ তিনিজন আমেৰিকান লোকৰ ভূমিকা আছে। আমেৰিকাৰ…

লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰত

লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰশতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : দেশত পুৰুষ-মহিলাৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰিছে। লিংগ সমতাৰ ক্ষেত্ৰত মোদীৰ ভাৰত পিছৰ শাৰীত থাকিল। লিংগ সমতাৰ তালিকাত চলিত বৰ্ষত ভাৰতে ১৩৫ নম্বৰ স্থান…

দুগ্ধ সাগৰ! পোৱা গ’ল ভাৰত মহাসাগৰৰ পুৰণি সাঁথৰৰ উত্তৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : গাখীৰৰ সাগৰ! ভাৰতৰ পৌৰাণিক কাহিনীত ‘গাখীৰৰ নদী’, 'গাখীৰৰ সাগৰ' বা 'গাখীৰৰ সৰোবৰ'ৰ বিষয়ে উল্লেখ পোৱা যায়। কিন্তু ইয়াক ৰূপকভাৱে লোৱা হৈছে বুলি সাহিত্যৰ ৰসগ্ৰাহীসকলে কৈ আহিছে। কিন্তু এয়াচোন দিনৰ পোহৰৰ…

উত্তৰ বংগ, ছিকিমৰ পিছত অৰুণাচল পালেহি নাইৰোবি ফ্লাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ছিকিম, উত্তৰ বংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত নাইৰোবি ফ্লাই নামৰ মাখিবিধ লাহে লাহে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজ্যখনৰ ৰামকৃষ্ণ মিছন হাস্পতালৰ…

দ্বিতীয়টো চমৎকাৰ! ডাৱৰ-পানী থকা গ্ৰহৰ অৱস্থিতি ধৰা পেলালে জেমচ ৱেব স্পেচ টেলিস্কোপে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : হাজাৰ আলোকবৰ্ষ দূৰত এখন পৃথিৱী। সূৰ্যও আছে। আৰু তাৰ চাৰিওফালে এটা বিশাল গেছীয় ভৰ প্ৰদক্ষিণ কৰি আছে। যেন মহাকাশৰ তীব্ৰ ক’লা আন্ধাৰত এখন আইনাত এই পৃথিৱীৰ প্ৰতিবিম্ব প্ৰতিফলিত হৈছে। পানী, ডাৱৰ,…

অকলেই দক্ষিণ মেৰুলৈ যাত্ৰা কৰি ইতিহাস ৰচনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : এটা সময় আছিল আমাৰ দেশত নাৰীৰ স্থান কেৱল ঘৰৰ ভিতৰতে আছিল। বাহিৰলৈ ওলাই গৈ স্বতঃস্ফূৰ্তভাৱে কোনো কাম কৰিব পৰা নাছিল। কিন্তু এতিয়া সময় সলনি হৈছে। লগতে মানসিকতাও সলনি হৈছে। সেইবাবেই মহিলাসকলে পুৰুষৰ লগত…

কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

লখিমপুৰ, ১৩ জুলাইঃ ‘বিভিন্ন শক্তিয়ে বিচ্চিন্নতাক পোষকতা কৰাৰ সময়তে নৰ্থ লখিমপুৰ কলেজ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজে বংগ-অসম সম্পৰ্কক বৌদ্ধিকভাৱে বলিষ্ঠ কৰি তুলিছে। এয়া সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।’ – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গৱেষক…

চিকিৎসাধীন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ নাৰ্চিং হ’মত উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩জুলাইঃ তেজপুৰৰ এখন ব্যয়বহুল নাৰ্চিং হ’ম টাইমছত আজি এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। তেজপুৰৰ নিকটৱৰ্তী টুমুকীৰ বীনা সূত(৬৫)নামৰ মহিলা গৰাকীক যোৱা ১১জুলাইত তেজপুৰৰ নাৰ্চিং হ’মখনত…

মৃত্যুপুৰীত পৰিণত হোৱা নিচামুক্তি কেন্দ্ৰ বন্ধৰ নিৰ্দেশ তিনিচুকীয়া প্ৰশাসনৰ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ জুলাইঃ মৃত্যুপুৰীত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ কেতবোৰ নিচামুক্তি কিম্বা পুনৰসংস্থাপন কেন্দ্ৰৰ ক্ষেত্ৰত অৱশেষত কঠোৰ হ'বলৈ বাধ্য হ’ল জিলা প্ৰশাসন। উল্লেখ্য যে কোনো বৈধ অনুজ্ঞাপত্ৰ বা অনুমতি অবিহনে…