Browsing Category

ট্ৰেণ্ডিং

জাপানীজ এনকেফেলাইটিজ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱকলৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত…

নতুন নাম পালে কালাপাহাৰ আৰু চেৰাবভাটিয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। সেই অনুসৰি নতুন নামেৰে নামাকৰণ কৰা হ'ল গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাবভাটিৰ। বহু চৰ্চিত মহানগৰীৰ দুই…

যানবাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফী হ্ৰাস অসম চৰকাৰৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৩ জুলাইঃ ক'ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যানবাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে এককালীন নিষ্পত্তিৰ এক আঁচনি প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যিসকলে ক'ভিড অতিমাৰীৰ কালছোৱাত সম্পূৰ্ণ লকডাউন…

মাইক্ৰ’প্লাষ্টিক শোষণকাৰী ৰবট মাছ উদ্ভাৱন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ চীনা বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এনে এবিধ ৰবট মাছ, যি সমুদ্ৰ তলীৰ মাইক্ৰ'প্লাষ্টিক শোষণ কৰিব পাৰে। মাইক্ৰ’প্লাষ্টিক শোষণ কৰা এই ৰবট মাছে হয়তো এদিন বিশ্বৰ প্ৰদূষিত মহাসাগৰসমূহ পৰিষ্কাৰ কৰাত সহায় কৰিব। এই…

সমগ্ৰ বিশ্বত খাদ্য সংকট!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ চলিত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মধ্যপ্ৰাচ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভাৰতৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ ল’ব। ১১ জুলাই সোমবাৰে সাংবাদিকৰ আগত আমেৰিকাৰ…

Stephan’s Quintet 5 তাৰকাৰাজ্যৰ ফটো প্রকাশ নাছাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ  জেমছ ৱেব স্পেচ টেলিস্কোপে তোলা 'ষ্টেফানছ কুইণ্টেট' নামৰ তাৰকাৰাজ্যৰ গোটটোৰ আগতে কেতিয়াও দেখা নোপোৱা বিৱৰণসহ ফটো প্রকাশ কৰিছে নাছাই। নাছাই জনোৱা মতে, ছবিখনত বিৰল জীৱন্ত কাৰ্য বিশদভাৱে দেখুওৱা হৈছে…

ভাৰতত চোৰাংচোৱাগিৰি পাকিস্তানী সাংবাদিকৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ বিগত ভাৰত ভ্ৰমণক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰিছে এজন পাকিস্তানী সাংবাদিকে। সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক চাকিল চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নুছৰত মিৰ্জাই কয় যে তেওঁ বহুবাৰ ভাৰত ভ্ৰমণ কৰাৰ পিছত…

মহাকাশতো জীৱাশ্ম!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ মহাকাশৰ প্ৰতি মানুহৰ কৌতুহলৰ অন্ত নাই। মহাকাশৰ বিষয়ে জানিবলৈ অধ্যৱসায়ৰ অন্ত নাই। বিভিন্ন আৱিষ্কাৰৰ জৰিয়তে মহাকাশৰ বিভিন্ন স্তৰ অহৰহ আমাৰ বাবে নতুনকৈ মুকলি হৈ আহি আছে। এইবাৰ ৰহস্যৰ নতুন খিৰিকী খোল খাইছে।…

‘কা’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা যদি নিৰ্বাচিত হয় তেন্তে তেওঁ দেশত নাগৰিকত্ব সংশোধনী আইনখন যাতে কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বুধবাৰে গুৱাহাটীত প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে…

তিনিচুকীয়াত সংঘটিত ২ টা এনকাউন্টাৰ ঘটনাৰ তদন্ত ঘোষণা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাই : তিনিচুকীয়া আৰক্ষী থানাৰ অধীনত সংঘটিত দুটা ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা প্ৰশাসনে । তিনিচুকীয়াৰ উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়া ড্ৰাগছ সংক্ৰান্তীয়…