Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰত জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১২ জুলাই : বিশ্বত দিনক দিনে বৃদ্ধি পাই অহা জনবিস্ফোৰণে গুৰুতৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে সোমবাৰে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জনসংখ্যা…

তেজপুৰৰ ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ ৰটাৰী ক্লাৱৰ সন্মান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২জুলাই: ইতিমধ্যেই জীৱনৰ ৮০বছৰ অতিক্ৰম কৰা তথা ইয়াৰে ভিতৰত ৫০বছৰৰ অধিক দীঘলীয়া সময় চিকিৎসক হিচাপে দেশ তথা ৰাইজৰ সেৱাত অতিক্ৰম কৰা তেজপুৰৰ ১৫গৰাকী প্ৰবীন চিকিৎসক আৰু এগৰাকী নবীন চিকিৎসকক তেজপুৰত বিশেষভাবে সন্মানিত…

ভট্টদেৱ বিশ্ববিদ্যালয়ত ভূগোল বিষয়ৰ অসমীয়া ভাষাৰ আলোচনী ‘ভৌগোলিকা’ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুলাইঃ উত্তৰ-পূৱ ভাৰতৰ ভূগোল সংস্থাৰ অসমীয়া ভাষাৰ একমাত্ৰ ভূগোল বিষয়ক আলোচনী ‘ভৌগোলিকা’ৰ ২১ সংখ্যক সংখ্যাটি আজি ভট্টদেৱ বিশ্ববিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত উন্মোচন হৈ যায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ…

অৰুণাচলত পথ নিৰ্মাণৰ বাবে বি আৰ অ’ই ব্যয় কৰিব ১,৪০০ কোটি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : দেশৰ সীমান্তৱৰ্তী অঞ্চলত পথ নিৰ্মাণকাৰ্য্যত নিয়োজিত বৰ্ডাৰ ৰ’ডছ অৰগেনাইজেছন (বি আৰ অ’) নামৰ সংস্থাটোৱে অৰুণাচল প্ৰদেশত পথ নিৰ্মাণৰ বাবে এইটো বৰ্ষত প্ৰায় ১,৪০০ কোটি টকা ব্যয় কৰিব । উল্লেখ্য যে বি আৰ…

টিৰাপত দুৰ্ধৰ্ষ ই এন এন জি কেডাৰৰ মাৰণাস্ত্ৰসহ আত্মসমৰ্পণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : ইষ্টাৰ্ণ নাগা নেশ্যনেল গৱৰ্ণমেণ্ট (ই এন এন জি) নামৰ সশস্ত্ৰ সংগঠনটোৰ এজন দুৰ্ধৰ্ষ সদস্যই মাৰণাস্ত্ৰসহ সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আত্মসমৰ্পণ কৰে । টিৰাপ জিলাৰ উপায়ুক্ত, অৰুণাচল আৰক্ষী আৰু ৬…

২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ জুলাইঃ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষ্যে লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত…

১০০ গৰাকী শিল্পীয়ে নিৰ্মাণ কৰিলে বৃহৎ অশোক স্তম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চেণ্ট্ৰেল ভিষ্টাৰ মাজমজিয়াত নিৰ্মাণ কৰি থকা হৈছে দেশৰ নৱতম সংসদ ভৱন। এই সংসদ ভৱনৰ ছাদত ১১ জুলাইত স্থাপন কৰা হয় ব্ৰঞ্জেৰে নিৰ্মিত জাতীয় প্ৰতীক অশোক স্তম্ভ। এই স্তম্ভটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

এলুমিনিয়ামৰ পাত্ৰত ৰন্ধা-বঢ়া কৰে নেকি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : বহুতৰে ঘৰত ৰন্ধা-বঢ়াৰ বাবে এলুমিনিয়ামৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। বহুতে ৰন্ধনৰ বাবে এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰ আৰু কেৰাহী ব্যৱহাৰ কৰে। শেহতীয়াকৈ এম এছ ইউ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পুষ্টি বিভাগৰ গৱেষকসকলে…

অহা বছৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) জিতেন্দ্ৰ সিঙে বহু প্ৰত্যাশিত গগনযান অভিযানৰ বিষয়ে আশাপ্ৰদ তথ্য প্ৰকাশ কৰিছে । তেওঁ কয় যে মহাকাশযানৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ…

চীনৰ ৰণনীতি বুজিবলৈ নতুন কৌশল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : পূব লাডাখৰ ভাৰত-চীন সীমান্তত অব্যাহত আছে উত্তেজনা। এনে অৱস্থাত ভাৰতীয় সেনাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সেনাবাহিনীত মাণ্ডাৰিন ভাষা বিশেষজ্ঞক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। লাডাখ সীমান্তত চীনা…