Browsing Category
ট্ৰেণ্ডিং
বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপৰ ‘কামাল’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : হঠাতে দেখিলে চকু কপালত উঠিব পাৰে। কিন্তু ঘূৰণীয়া, সমতল, দীঘলীয়া নক্ষত্ৰমণ্ডলৰ লগত অলপ অভ্যস্ত হ’লে এটা এটাকৈ দেখা পোৱা যায় যে, ইয়াৰ প্ৰতিটো বিন্দু স্পষ্টভাৱে ছবিখনত বন্দী কৰা হৈছে। ইয়াৰ কাষতে আছে…
দেশ ‘পুলিচ ষ্টেট’ হ’ব নালাগে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই: মহম্মদ জুবাইৰক আজি ১২ জুলাইত উচ্চতম ন্যায়ালয়ত জামিন প্ৰদান কৰা হয়। কিন্তু পাটিয়ালা হাউছ কোৰ্টৰ আন এক গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অভিযুক্ত সাংবাদিকগৰাকী আপাততঃ কাৰাগাৰত থাকিবলগা হৈছে। এনে অৱস্থাত জামিন…
শ্ৰীলংকাৰ দৰেই বিত্তীয় সংকট চীনত?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : শ্ৰীলংকাৰ দৰেই চীনৰ অৱস্থা হ’ব? শেহতীয়াকৈ এনে কেইবাটাও ভিডিঅ’ ওলাইছে য’ত কোৱা হৈছে যে সাধাৰণ চীনা নাগৰিকে বেংকত জমা কৰা ধনখিনি পাবলৈ আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী…
টেলিকমলৈ আদানিৰ আগমন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : ইতিমধ্যে জনা গৈছে যে কোটিপতি উদ্যোগপতি গৌতম আদানী এইবাৰ টেলিকম ব্যৱসায়ত প্ৰৱেশ কৰিছে। জানিব পৰা মতে আদানি গ্ৰুপে ৫জি টেলিকম ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইতিমধ্যে কোম্পানীটোৱে এই ব্যৱসায়ত প্ৰৱেশৰ বাবে…
নিউয়ৰ্কৰ পাঁচগুণ এলেকাৰ বন ধ্বংস আমাজনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চলিত বৰ্ষৰ প্ৰথম ছমাহত অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্যৰ অৰণ্য কাটি মুকলি কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপে। উপগ্ৰহ প্ৰেৰিত ফটোত দেখা গৈছে যে, আমাজন বৰ্ষাৰণ্যত নিউয়ৰ্ক চহৰৰ পাঁচগুণ…
আকাশত দেখা যাব বিৰল ‘ছুপাৰ থাণ্ডাৰ মুন’
দাদুল দেৱকৃষ্ণ বৰুৱামাজত মাত্ৰ এটা দিন। আকাশত জিলিকা এক বিৰল চন্দ্ৰৰ বাবে অপেক্ষা কৰি আছে মহাকাশচাৰীসকল। ষ্টাৰগেজাৰৰ বাবে বিৰল ‘ছুপাৰ থাণ্ডাৰ মুন’ আহি আছে তৰাৰে ভৰা আকাশত পোহৰ বিয়পাই দিবলৈ। যিটো মহাকাশত সাধাৰণ দৃশ্য নহয়। এইবাৰ…
শোণিতপুৰ শিল্পী সমাজৰ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক প্ৰতিযোগিতাত বৰ্ণিলসাংস্কৃতিক অনুষ্ঠান
বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দৃষ্টিনন্দন নৃত্য আৰু সুৰীয়া গীতেৰে জীপাল হ'ল বাণ থিয়েটাৰৰ মঞ্চ। প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস আৰু ৰুণজুন ফুকনক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ জুলাই :শোণিতপুৰ শিল্পী সমাজে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ…
মাকুম পৌৰসভাৰ কাৰ্য্যালয়ত চোৰৰ হাত চাফাই অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুলাই : স্মাৰ্ট অসম আৰক্ষীৰ নাকৰ তলতে চোৰে টিঘিলঘিলাই থকা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত এইবাৰ সাৰি ন’গল পৌৰসভাৰ কাৰ্য্যালয়ো । উল্লেখ্য যে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কেইবাদিনৰ পৰা চোৰৰ দলে মাকুমৰ…
ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ জুলাই : সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে আজি সন্থাৰ ধেমাজি জিলা সমিতিয়েও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ধেমাজি নগৰস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ভৱনত জিলাখনৰ তিনি শতাধিক এজেণ্ট…
গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী পিযুষ হাজৰিকা
গুৱাহাটী,১১ জুলাইঃ সোমবাৰে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনৰ শ্ৰেণী…
