Browsing Category

ট্ৰেণ্ডিং

What Next After 10th and 12th শীৰ্ষক কেৰিয়াৰ কৰ্মশালা সম্পন্ন

গুৱাহাটী, ১১ জুলাই : ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ১০ জুলাই তাৰিখে সন্ধিয়া ৮ বজাত "What Next After 10th and 12th" শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ…

দেশৰ সকলোতকৈ বয়সস্থ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : বেতাজ বাদশ্বাহ ৰাজাই বন্দী অৱস্থাত জীৱনৰ অন্ত পেলালে। ভাৰতৰ আটাইতকৈ বয়সস্থ বাঘটো আছিল বন্দী অৱস্থাত থকা ৰাজা। আজি মৃত্যুৰ সময়ত বয়স হৈছিল ২৫ বছৰ। আলিপুৰদুৱাৰৰ দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰত নিৰৱ…

আই এন এছ বিক্ৰান্তৰ চতুৰ্থ ট্ৰায়েল সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : ভাৰতীয় নৌসেনাৰ অন্যতম গৌৰৱ আই এন এছ বিক্ৰান্তে সাগৰত চতুৰ্থটো ট্ৰায়েল সম্পূৰ্ণ কৰিলে। উল্লেখ্য যে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আই এন এছ বিক্ৰান্ত ভাৰতৰ প্ৰথমখন বিমানবাহী জাহাজ। অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্তই মুকলি কৰিলে সাৰথি বাহন

উত্তৰ লখিমপুৰ, ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানে পৰিয়াল পৰিকল্পনা প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা সাৰথি বাহনখন সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত মন্তব্য ৰাখি জিলাখনৰ…

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৱেবিনাৰ সম্পন্ন

লখিমপুৰ,১১জুলাইঃ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু সংস্কাৰ ৰুৰেল ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সহযোগত আজি অনলাইন মাধ্যমেৰে এখন…

‘ডাবল ইঞ্জিন’ৰ ৰাজ্যত শিক্ষাৰ মান নিম্নতম স্তৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সফলতাৰ দাবী যে বিফল, সেয়া প্ৰমাণ কৰিছে হ’ল স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে। শেহতীয়াকৈ বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ সৰু-বৰ নেতাসকলে ‘ডাবল ইঞ্জিন’…

চন্দ্ৰৰ মাটিত সৰু বাগিচা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : চন্দ্ৰৰ মাটিত এখন সৰু বাগিচা। এই বাগিচাত প্ৰথম অংকুৰিত গছবোৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ এই প্ৰচেষ্টাই দেখুৱাইছে যে, চন্দ্ৰৰ মাটিত খেতি কৰাটো কঠিন হ’ব পাৰে কিন্তু অসম্ভৱ নহয়। এসময়ত…

পলায়ন কৰা ৰাষ্ট্ৰপতিৰ ঘৰত কোটি কোটি টকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : স্বাধীনতাৰ পিছত শ্ৰীলংকা আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটত পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৯ জুলাই শনিবাৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ ঘৰৰ পৰা প্ৰতিবাদকাৰীয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰে।…

বিশ্বজুৰি চোৰাংচোৱা কৰিবলৈ শিক্ষাৰ্থীক ব্যৱহাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাইঃ দেখাত সাধাৰণ চাকৰি খালী পদৰ এটা বিজ্ঞাপন যেন লাগিব। চীনা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এটা চীনা কোম্পানীয়ে বিচাৰিছে ইংৰাজী অনুবাদক। কিন্তু ইয়াৰ আঁৰত আছে ষড়যন্ত্ৰৰ আভাস। পশ্চিমীয়া দেশসমূহৰ ওপৰত…

বিদ্যালয় একত্ৰিকৰণ,বন্ধ আৰু সংস্থাপনৰ সংকট 

পংকজ হাজৰিকা অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে। সমান্তৰালকৈ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ পৰিমাণ দ্ৰুত গতিত কমিব লাগিছে।কিছু বিদ্যালয় এনে পৰ্যায় পাইছেগৈ যে কাৰোবাৰ এজনো ছাত্ৰ-ছাত্ৰী নাই,কাৰোবাৰ আকৌ…