Browsing Category
ট্ৰেণ্ডিং
বৈদেশিক সচিব হিচাপে বিনয় মোহন কোৱাট্ৰাৰ আজি কাৰ্যভাৰ গ্ৰহণ
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে': নেপালত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিনয় মোহন কোৱাট্ৰাই(৫৭) আজি ভাৰতৰ ৩৪ তম বৈদেশিক সচিব ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৩০ এপ্ৰিল তাৰিখে হৰ্ষবৰ্দ্ধন শ্ৰীলাংই বৈদেশিক সচিব হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত…
ভাৰতত শীঘ্ৰেই পৰিহাৰ কৰা হ’ব ট’ল গেট আৰু ফাষ্টটেগ ব্যৱস্থা
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে' : ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে'ত গাড়ী চলোৱা সকলৰ বাবে সুখবৰ। সম্ভৱত: চলিত বছৰৰ ভিতৰতেই দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত থকা ট'ল গেট সমূহ বন্ধ কৰাৰ উপৰি ফাষ্টটেগ(FASTag) ব্যৱস্থা পৰিহাৰ কৰা হ'ব। ইয়াৰ সলনি…
অৰুণাচল প্ৰদেশ আৰু অসমৰ নিৰ্বাচিত চাহ খেতিয়কক লৈ অসম কৃষি বিশ্ববিদ্যালয়ত পাঁচদিনীয়া প্ৰশিক্ষণ
শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ নিৰ্বাচিত চাহ খেতিয়কসকলক লৈ অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পাঁচদিনীয়া বিশেষ চাহ আৰু জৈৱিক চাহ উৎপাদনৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মূলত উত্তৰ পূৱ ভাৰতৰ…
স্মার্টফোন, স্মার্ট ঘড়ীৰ পিছত আহিল স্মার্ট বেল্ট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ মে' : দৈনন্দিন জীৱনৰ প্রতিটো ক্ষেত্রতেই জড়িত হৈ আছে বিজ্ঞান। সেই বিজ্ঞানেই এইবাৰ বজাৰলৈ আনিবলৈ ওলাইছে এনে এপদ সামগ্রী, যি আক্ষৰিক অর্থতেই জড়িত থাকিব ব্যৱহাৰকাৰীৰ দেহত। এটা শীর্ষ বৈদ্যুতিন যন্ত্র নির্মাতা সংস্থাই…
জন হেনৰিৰ সন্ধানত…
দাদুল দেৱকৃষ্ণ বৰুৱা
আজি পহিলা মে'। বিশ্বজুৰি পালিত হয় আজিৰ দিনটো মে' দিৱস হিচাপে। এই দিনটো শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাবে প্ৰতিষ্ঠিত। এই শ্ৰমিক দিৱসৰ গীত হিচাবে আমি শুনি আহিছোঁ পল ৰবচনৰ ৰচনা, হেমাংগ বিশ্বাসৰ অনুবাদ আৰু গায়নেৰে এটি…
দেশজুৰি পৰ্যটনৰ সমীক্ষা চলোৱাৰ প্ৰস্তুতি
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মেঃ দেশৰ কোনোবা ঠাইলৈ ফুৰিবলৈ গ'লে এতিয়াৰে পৰা আপোনাক নিৰীক্ষণ কৰা হ'ব পাৰে। কোনো এডোখৰ পৰ্যটন স্থলীত আপুনি ক'ৰ পৰা আহিছে, ক'ত আছে, কি কি দৰ্শন কৰিলে, কিমান ধন ব্যয় কৰিলে ইত্যাদি প্ৰশ্নৰ মুখামুখি হয়তো আপুনি…
কেন্দ্ৰীয় মন্ত্ৰী, ডিচিৰ উপস্থিতিত চলি থকা অনুষ্ঠানত স্ক্ৰীণত ভাঁহি উঠিল অশ্লীল চিনেমাৰ দৃশ্যাংশ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ আজি তিনিচুকীয়াত মিথানল মিহলি পেট্ৰলৰ (এম ১৫) উদ্বোধনী অনুষ্ঠানত সংঘটিত এক অপ্ৰত্যাশিত ঘটনাই সকলোকে চৰম লাজত পেলায় । ঘটনাটো সংঘটিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ,…
চিটাগং বন্দৰ ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাংলাদেশ ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই চিটাগং বন্দৰটোক ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা উত্তৰ পূব ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত…
তেজপুৰত বিশ্ব পশুপালন দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ “বিশ্বৰ বিভিন্ন প্ৰান্তত থকা চাৰি পাঁচ হেজাৰ বছৰ প্ৰাচীন গুহাবোৰত আদিম মানবে অঁকা জীৱ-জন্ত আৰু গছ গছনিৰ ছবি দেখা পোৱা যায়।এই কথাই প্ৰতিপন্ন কৰে যে মানুহৰ সম্পৰ্ক জীৱ-জন্তৰ স’তে তাহানিৰ পৰাই…
তেজপুৰত অমৃত সৰোবৰ জোখমাখ কৰিবলৈ যোৱা পঞ্চায়তকৰ্মী কোনোমতেহে ৰক্ষা পৰিল
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ তেজপুৰৰ ভালুকঝাৰণি অঞ্চলত চৰকাৰী আঁচনিৰ অধীনত পুখুৰীৰ বাবে প্ৰয়োজনীয় মাটি চিহ্নিত কৰিবলৈ যোৱা দুজন পঞ্চায়ত কৰ্মীক শতাধিক লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । উল্লেখযোগ্য যে, শোণিতপুৰৰ…
