Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত ঐশ্বৰ্য কাকতিৰ ‘ঐশ্বৰ্য্যবিচিত্ৰা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩০ এপ্ৰিলঃ এতিয়া গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । গ্ৰন্থমেলা আয়োজনেৰে কোটি কোটি টকাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা হয় । কিন্তু এতিয়া আগৰদৰে কোনেও গ্ৰন্থবোৰ নপঢ়ে বা পঢ়িলেও সম্পূৰ্ণকৈ নপঢ়ে । অসমীয়া জাতি আৰু ভাষা…

ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ – পৌৰসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক অভিন্দন

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি কেন্দুগুৰিৰ জিলা কাৰ্যালয়ত সদ্য নিৰ্বাচিত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু পৌৰসভা নিৰ্বাচনত যোৰহাট জিলাৰ অন্তৰ্গত যোৰহাট, তিতাবৰ, টীয়কৰ বিজয়ী…

অইলৰ ‘প্ৰজেক্ট স্বাৱলম্বন’ : দেশে বিদেশে সংস্থাপিত বহুজন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ যোৱা দুটা বছৰে ক'ভিডপিষ্ট পৰিৱেশৰ লগতে অন্যান্য কাৰণত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মুম্বাইৰ 'চেন্টাৰ ফ'ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি প্ৰাইভেট লিমিটেড' নামৰ প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি লাখ লাখ…

 প্ৰধানমন্ত্ৰীৰ আগমনত ৬ বিশেষ ৰে’ল চলাই তিনিচুকীয়া ৰে’ল সংমণ্ডলে ঘটিলে ১.০৯ কোটি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ  দুদিন পূৰ্বে দুটা চৰকাৰী কাৰ্যসূচী লৈ অসমলৈ আগমন ঘটিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত মানুহ গোটোৱাৰ বাবে তৎপৰ হৈ উঠিছিল ৰাজ্য চৰকাৰ…

ডায়েট লখিমপুৰৰ শিক্ষক-প্ৰশিক্ষাৰ্থীৰ সৌজন্যত শিশুমেলা

উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ  যোৱা ২৬ এপ্ৰিল তাৰিখৰ পৰা উত্তৰ লখিমপুৰস্থিত সোৱণশিৰি সেৱাশ্ৰম এম. ই. স্কুলত আৰম্ভ হোৱা আজাদস্থিত ডায়েট লখিমপুৰৰ ডিএলএড পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিক শিক্ষক- প্ৰশিক্ষাৰ্থীসকলৰ '"স্কুল ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰেম ২০২২" ৰ…

শিশু পুত্ৰক বুকুত বান্ধি ই ৰিক্সা চলাই দুই সন্তানসহ সংসাৰ চলাইছে চাৰিদুৱাৰৰ কাবেৰী বৰাই

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯এপ্ৰিলঃ শোণিতপুৰৰ এগৰাকী দুটি সন্তানৰ মাতৃয়ে স্বামীৰ বিয়োগৰ পাছত ই ৰিক্সা চলাই নিজা পৰিয়ালটোৰ দায়িত্ব পালন কৰা ঘটনাই এক দৃষ্টান্ত দাঙি ধৰিছে । কৰ্ম বিমুখিতাই একাংশ লোকক গ্ৰাস কৰা ৰাজ্যখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী…

হুইটলে’ গ’ল্ড এৱাৰ্ড, ২০২২’ বঁটা ড° চাৰুদত্ত মিশ্ৰই লৈ

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ 'গ্ৰীণ অ'স্কাৰ' হিচাপে আখ্যা দিয়া ২০২২ চনৰ 'হুইটলে গ'ল্ড এৱাৰ্ড' প্ৰদান কৰা হৈছে ভাৰতৰ এগৰাকী বন্যপ্ৰাণী সংৰক্ষক আৰু স্ন' লিউপাৰ্ড বিশেষজ্ঞ ড° চাৰুদত্ত মিশ্ৰক। ১০০,০০০ পাউণ্ড মূল্যৰ এই সন্মানীয় বঁটাটি…

মলোকাই চেনেল জয়ী প্ৰথম এছীয় মহিলা হ’ল চায়নী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ এপ্ৰিলঃ মলোকাই চেনেল জয় কৰি এছিয়া মহাদেশত ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ সন্তৰণবিদ বাংগকন্যা চায়নী দাসে (Sayani Das)। ইংলিছ চেনেলৰ পিছত এইবাৰ মার্কিন মুলুকৰ এই বিখ্যাত চছনেল জয় কৰিলে পশ্চিমবংগৰ পূব বর্ধমানৰ কালনা…

দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা

শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ২৯ এপ্রিলঃ  দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA)ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা…

নৱনিৰ্মিত ৭ কৰ্কট চিকিৎসালয়ত অপিডি সেৱা মুকলি

দিছপুৰ, ২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি কৰা হয়। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, দৰং, তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট…